• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 10, 2026
21 °c
Guwahati
22 ° Wed
22 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘আগন্তুক দিনত বড়োলেণ্ড শান্তিচুক্তিৰ সম্পূৰ্ণ হ’ব ১০০%’: গৃহমন্ত্ৰী অমিত শ্বাহ

Nation NE by Nation NE
March 16, 2025
in Top News, অসম
0 0
তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
Share on FacebookShare on TwitterWhatsApp

অসমলৈ ভ্ৰমণলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ১৬ মাৰ্চত কোকৰাঝাৰৰ সদৌ বড়ো ছাত্ৰ সন্থা (ABSU)ৰ ৫৭ সংখ্যক বাৰ্ষিত সন্মিলনত অংশ গ্ৰহণ কৰি শ্বাহে বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

এই সন্মিলনত শ্বাহে কংগ্ৰেছ দলক লক্ষ্য কৰি কয় যে, যদিও কংগ্ৰেছে বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ বাবে বিজেপিক উপহাস কৰিছিল। কিন্তু এই চুক্তিয়ে বড়োলেণ্ডলৈ কঢ়িয়াই আনিছে শান্তি আৰু উন্নয়ন। আগন্তুক দুবছৰত ১০০ শতাংশ দফা কাৰ্যকৰী হ’ব।

লগতে বড়োলেণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৫০০ কোটি টকাৰো আবণ্টন দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ২০৩৬ত আহমেদাবাদত অলিম্পিক অনুষ্ঠিত হ’ব।

জনতাক আশ্বাস প্ৰদান কৰি শ্বাহে কয় যে, বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বড়ো চুক্তি ১০০ শতাংশই কাৰ্যকৰী কৰিব।

Tags: Amit ShahBJPCentral Minister

Related Posts

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026
এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025