• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১২৫খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘RAISINA DIALOGUE’

Nation NE by Nation NE
March 17, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
১২৫খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘RAISINA DIALOGUE’
Share on FacebookShare on TwitterWhatsApp

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া ‘ৰাইচিনা  ডাইলগ’ৰ উদ্বোধন কৰিব। এই বৃহৎ সন্মিলনত ভূ-ৰাজনীতি আৰু ভূ-অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই সন্মিলনত ১২৫খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানৰ দশম সংস্কৰণ বিশেষ হ’ব। য’ত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সন, আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক টালচি গাবাৰ্ড আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী আন্দ্ৰেই ছিবিহাৰ দৰে বিশিষ্ট নেতাই অংশগ্ৰহণ কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত ‘অব্জাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন’ নামৰ থিংক টেংকৰ উদ্যোগত ‘ৰাইচিনা  ডাইলগ’ৰ আয়োজন কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই সন্মিলনত মন্ত্ৰী, প্ৰাক্তন ৰাষ্ট্ৰপতি, সামৰিক সেনাধ্যক্ষ, উদ্যোগটোৰ আগশাৰীৰ ব্যক্তি, শিক্ষাবিদ, সাংবাদিক, কৌশলগত পৰিক্ৰমাৰ পণ্ডিত আৰু আগশাৰীৰ থিংক টেংকৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব। বিষয়াসকলে কয় যে, ২০খন দেশৰ বৈদেশিক মন্ত্ৰীকে ধৰি বহু প্ৰভাৱশালী নেতা এই আলোচনাৰ অংশ হ’ব।

সূত্ৰ অনুসৰি, প্ৰথমবাৰৰ বাবে টাইৱানৰ এজন জ্যেষ্ঠ নিৰাপত্তা বিষয়াকে ধৰি প্ৰতিনিধি দলেও এই সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে। বিগত কেইবছৰমানৰ পৰা ভাৰত আৰু টাইৱানৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰতীক হিচাপে ইয়াক গণ্য কৰা হৈছে।

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা সংঘাতৰ অন্ত পেলাবলৈ আমেৰিকাই অস্থায়ী যুদ্ধবিৰতি আনিবলৈ চেষ্টা চলোৱাৰ সময়তে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী আন্দ্ৰেই ছিবিহাৰ ভাৰত ভ্ৰমণ কৰে। একে সময়তে টাইৱানৰ প্ৰতিনিধি দলৰ উপস্থিতিয়ে ভাৰত-টাইৱান সম্পৰ্কত এক নতুন মাত্ৰা সংযোজন কৰিব পাৰে।

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে এই উদ্বোধনী অধিৱেশনত মুখ্য ভাষণ দিব৷ ইয়াৰ উপৰিও স্লোভেনিয়া, লাক্সেমবাৰ্গ, লাটভিয়া, মলদোভা, জৰ্জিয়া, ছুইডেন, শ্লোভাক গণৰাজ্য, ভূটান, মালদ্বীপ, নৰৱে, থাইলেণ্ড, এন্টিগুয়া আৰু বাৰ্বুডা, পেৰু, ঘানা, হাংগেৰী, মৰিচাছ, কিউবা, ফিলিপাইনছৰ দৰে দেশৰ বৈদেশিক মন্ত্ৰীসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰিব।

কিউবাৰ উপ-প্ৰধানমন্ত্ৰী মাৰ্টিনেজ ডায়েজ আৰু ফিলিপাইনছৰ বৈদেশিক মন্ত্ৰী এনৰিকে এ. মানালোৱেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ‘ৰাইচিনা  ডাইলগ’য়ে বিশ্ব মঞ্চত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে আৰু এই সন্মিলনে বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিব।

Tags: BJPINAUGURATEPM Modi

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025