আই পি এল হৈছে বিশ্বৰ সৰ্ববৃহৎ টি-২০ লীগ। ক্ৰিকেটৰ এই ফৰ্মেটটোক বেটছমেনৰ খেল বুলি গণ্য কৰা হয়, য’ত বেটছমেনসকলে প্ৰথম বলৰ পৰাই আক্ৰমণাত্মক মনোভাৱ গ্ৰহণ কৰে। ইয়াত বলাৰসকলৰ বাবে বহু প্ৰত্যাহ্বান আছে, যদিও বিগত কেইবাবছৰ ধৰি দেখা গৈছে যে শক্তিশালী বলিং কৰিলেও মেচখন জয়ী হ’ব পাৰে।
এইবাৰ ইয়াৰ প্ৰভাৱ নিলামতো দেখা গৈছে, দলসমূহে ভাল বেগী বলাৰ কিনাৰ কৌশল তৈয়াৰ কৰিছে। এতিয়া আই পি এল আৰম্ভ হ’বলৈ এসপ্তাহ নৌহওঁতেই আমি আপোনালোকক দিছো সকলো দলতে অন্তৰ্ভুক্ত বেগী বলাৰৰ নামৰ তালিকা-
- চেন্নাই ছুপাৰ কিংছ
খলিল আহমেদ, মুকেশ চৌধাৰী, গুৰজাপনীত সিং, নাথান এলিছ, মথিছা পথিৰানা।
- দিল্লী কেপিটেলছ
মিচেল ষ্টাৰক, টি নটৰাজন, মোহিত শৰ্মা, মুকেশ কুমাৰ, দুষমন্ত চমীৰা।
- গুজৰাট টাইটানছ
কাগিছো ৰাবাদা, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, জেৰাল্ড কোট্জী, গুৰনুৰ সিং ব্ৰাৰ, ঈশান্ত শৰ্মা, কুলৱন্ত খেজৰোলিয়া।
- কলকাতা নাইট ৰাইডাৰ্ছ
আনৰিচ নৰ্টজে, বৈভৱ অৰোৰা, স্পেন্সৰ জনছন, উমৰাণ মালিক, হৰ্ষিত ৰানা।
- লক্ষ্ণৌ ছুপাৰ জায়েন্টছ
আবেশ খান, আকাশ দীপ, আকাশ সিং, শমাৰ জোচেফ, মায়ংক যাদৱ, মহছিন খান।
মুম্বাই ইণ্ডিয়ানছ
ট্ৰেণ্ট ব’ল্ট, দীপক চহৰ, অশ্বনি কুমাৰ, ৰিচ টপলি, ভেংকটা সত্যনাৰায়ণ, অৰ্জুন টেণ্ডুলকাৰ, যশপ্ৰীত বুমৰাহ।
- পঞ্জাৱ কিংছ
আৰ্শদীপ সিং, বৈশাখ বিজয় কুমাৰ, যশ ঠাকুৰ, লকি ফাৰ্গুচন, কুলদীপ সেন, জেভিয়াৰ বাৰ্টলেট।
- ৰাজস্থান ৰয়েলছ
জোফ্ৰা আৰ্চাৰ, আকাশ মাধৱাল, তুষাৰ দেশপাণ্ডে, ফজলহাক ফাৰুকী, কুৱেনা ম্ফাকা, সন্দীপ শৰ্মা, অশোক শৰ্মা।
- ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু
জোছ হেজলউড, ৰশিখ দাৰ, ভুৱনেশ্বৰ কুমাৰ, নুৱান তুষৰা, লুংগী ঙিদি, অভিনন্দন সিং, যশ দয়াল।
- ছানৰাইজাৰ্ছ হায়দৰাবাদ
পেট কামিন্স, মহম্মদ শ্বামী, সিমৰঞ্জিত সিং, জয়দেৱ উনাদকট, এষ্টন মালিংগা।