• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক নহ’ব হাৰ্দিক পাণ্ডিয়া? মূল একাদশতো নাপাব স্থান…

Nation NE by Nation NE
March 18, 2025
in Top News, ক্ৰীড়া
0 0
মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক নহ’ব হাৰ্দিক পাণ্ডিয়া? মূল একাদশতো নাপাব স্থান…
Share on FacebookShare on TwitterWhatsApp

আৰু চাৰি দিন পিছৰে পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ ১৮ সংখ্যক ছিজন। আই পি এল ২০২৫ৰ প্ৰথমখন মেচ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব।

২৩ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব মুম্বাই ইণ্ডিয়ানছ দলে। প্ৰথমখন মেচত নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়া অবিহনে খেলপথাৰত নামিব মুম্বাই।

উল্লেখ্য যে হাৰ্দিক পাণ্ডিয়াক আই পি এলৰ এখন খেলৰ বাবে নিষিদ্ধ কৰা হৈছে। সেয়ে তেওঁ আই পি এল ২০২৫ৰ প্ৰথমখন মেচ খেলিব নোৱাৰিব।

আচলতে হাৰ্দিক পাণ্ডিয়াক লেহেমীয়া অভাৰ ৰেটৰ বাবে এখন মেচৰ বাবে নিষিদ্ধ কৰা হৈছে। ২০২৪ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক আছিল হাৰ্দিক পাণ্ডিয়া। এই সময়ছোৱাত দলটোক লেহেমীয়া অভাৰ ৰেটৰ বাবে তিনিবাৰকৈ জৰিমনা বিহা হৈছিল। যেতিয়া এজন অধিনায়কে প্ৰথমবাৰৰ বাবে এই কাম কৰে তেতিয়া তেওঁক ১২ লাখ টকা জৰিমনা বিহা হয়। দ্বিতীয়বাৰৰ বাবে জৰিমনা দুগুণ বিহা হয়। তৃতীয়বাৰৰ বাবে এনে হ’লে এখন মেচৰ নিষেধাজ্ঞা আৰোপ কৰা হয়।

২০২৪ চনৰ আই পি এলত ঋষভ পন্তকো স্লো অভাৰ ৰেটৰ বাবে এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত মুম্বাই ইণ্ডিয়ানছ দলক প্ৰথমখন মেচত নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। অৱশ্যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা নাই দলীয় নেতৃত্বই। আনহাতে মূল একাদশত হাৰ্দিক পাণ্ডিয়াৰ ঠাইত ৰবীন মিঞ্জক সুযোগ দিয়াৰ সম্ভাৱনা আছে।

প্ৰথম মেচখনৰ বাবে মুম্বাইৰ সম্ভাব্য মূল একাদশ

ৰোহিত শৰ্মা, উইল জেকছ, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ৰবীন মিঞ্জ, নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, কৰ্ণ শৰ্মা, ট্ৰেণ্ট বল্ট আৰু কাৰ্বিন বাশ অথবা মুজীৱ উৰ ৰহমান।

Tags: Hardik PandyaIPLMumbai Indians

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025