• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘International Eye View Festival’ ত মোহময়ী অভিনেত্ৰী ঋতুপৰ্ণা সেনগুপ্তাৰ ছবি প্ৰদৰ্শন

Nation NE by Nation NE
March 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘International Eye View Festival’ ত মোহময়ী অভিনেত্ৰী ঋতুপৰ্ণা সেনগুপ্তাৰ ছবি প্ৰদৰ্শন
Share on FacebookShare on TwitterWhatsApp

বাংলা চলচ্চিত্ৰ জগতৰ ডাঙৰ নাম ঋতুপৰ্ণা সেনগুপ্ত। বিগত প্ৰায় তিনি দশক ধৰি তেওঁ বাংলা চিনেমাৰ অংশ হিচাপে কাম কৰি আহিছে।

এতিয়ালৈকে তেওঁ ২০০ খনতকৈও অধিক ছবিত কাম কৰিছে। তেওঁ ফ্ৰান্সৰ সহযোগত ‘দূৰত্ব’ নামৰ এখন চুটি ছবিতো কাম কৰিছে।

শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা International Eye View Festivalত তেওঁৰ ছবিখন প্ৰদৰ্শিত হৈছিল। ইয়াত তেওঁৰ এই ছবিখনৰ অতিশয় শলাগ লোৱা হৈছিল।

চুটি ছবিখনৰ বিষয়ে ঋতুপৰ্ণ সেনগুপ্তাই কয় যে, এই ছবিখন তেওঁৰ হৃদয়ৰ অতি ওচৰত। কাৰণ ইয়াৰ বাবে তেওঁ ফৰাচী সংস্থা এলায়েন্স ফ্ৰান্সেজৰ সৈতে সহযোগিতা কৰিছে। ঋতুপৰ্ণ সেনগুপ্তাই কয় যে এয়া এক অনন্য ৰচনা।

এই চুটি ছবিখনৰ পৰিচালনা কৰিছিল অশোক বিশ্বনাথনে, যাৰ নাম বাংলা চিনেমাৰ বিখ্যাত পৰিচালকৰ ভিতৰত অন্তৰ্ভুক্ত। এই ছবিখনৰ কাহিনীও তেওঁৱেই লিখিছে। International Eye View Festival ঋতুপৰ্ণাৰ বাবে অতি বিশেষ আছিল কাৰণ ‘দূৰত্ব’ৰ উপৰিও তেওঁৰ আৰু ৩খন ছবিও ইয়াত প্ৰদৰ্শিত হৈছে।

ঋতুপৰ্ণাৰ এই প্ৰদৰ্শিত ছবি ৩খন হ’ল – ‘আজোগ্য’, প্ৰাকণ আৰু ‘পুৰতন’। এই মহোৎসৱত তেওঁৰ ৩খন ছবিয়েই দৰ্শকে আঁকোৱালি লৈছে। কৌশিক গাংগুলীৰ পৰিচালক ‘আজোগ্যো’ এখন ৰোমান্টিক ছবি। এই ছবিখন বিগত বৰ্ষত মুকলি কৰা হৈছিল।

ৰেল যাত্ৰাৰ আধাৰত নিৰ্মিত এখন ৰোমান্টিক চিনেমা ‘প্ৰাকন’। এই ছবিখনে ২০১৬ চনত মুক্তি পাইছিল। এই ছবি শিবোপ্ৰসাদ মুখাৰ্জী আৰু নন্দিতা ৰায়ৰ যৌথ পৰিচালনা।

শেষৰখন ছবি হৈছে ‘পুৰতন’, যিখন চলিত বৰ্ষৰ ১১ এপ্ৰিলত মুক্তি পাবলৈ গৈ আছে। এই ছবিখনত অভিনেত্ৰী হিচাপে কাম কৰা ঋতুপৰ্ণা সেনগুপ্তা ইয়াৰ প্ৰযোজকও।

ঋতুপৰ্ণ সেনগুপ্তাৰ লগতে বলীউডৰ প্ৰবীণ অভিনেত্ৰী শৰ্মিলা ঠাকুৰকো দেখা যাব ‘পুৰতন’ত। মাতৃ-কন্যাৰ সম্পৰ্কৰ ওপৰত আধাৰিত ছবিখনৰ কাহিনী। বিশেষ কথাটো হ’ল এই ছবিখনৰ জৰিয়তে শৰ্মিলা ঠাকুৰে ১৪ বছৰৰ পাছত বাংলা চিনেমাত পুনৰ অভিনয় কৰে।

Tags: EntertainmentsInternational Eye View FestivalMovie

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025