• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 14, 2025
30 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

    আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিজেপি নেতাৰ নৃশংস কাণ্ড; গুলীয়াই হত্যা কৰিলে তিনি সন্তানক

      Nation NE by Nation NE
      March 22, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      বিজেপি নেতাৰ নৃশংস কাণ্ড; গুলীয়াই হত্যা কৰিলে তিনি সন্তানক
      Share on FacebookShare on TwitterWhatsApp

      উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত এজন পিতৃয়ে নিজৰ তিনি সন্তান আৰু পত্নীক নৃশংসভাৱে গুলী চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। এই হৃদয় বিদাৰক ঘটনাত তিনিওটা সন্তানৰ মৃত্যু হোৱাৰ লগতে পত্নী গুৰুতৰভাৱে আহত হয়।

      ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লগতে শীৰ্ষ বিষয়াসকল উপস্থিত হৈ ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পিতৃক। ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনছিক দলে তীক্ষ্ণ তদন্ত অব্যাহত ৰাখিছে।

      জানিব পৰা অনুসৰি, এই নৃশংস কাণ্ড কৰা লোকজন এগৰাকী বিজেপি নেতা আৰু তেওঁ দলৰ জিলা কাৰ্যবাহী সদস্য।

      তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে থানা গংগোহ অঞ্চলৰ সাংগাঠেডা গাঁৱত, য’ত শনিবাৰে বিয়লি বিজেপি নেতা যোগেশ ৰোহিলাই পত্নী নেহা আৰু তিনিটা সন্তান ক্ৰমে ১১ বছৰীয়া কন্যা শ্ৰদ্ধা, ৬ বছৰীয়া পুত্ৰ শিৱাংশ আৰু ৪ বছৰীয়া পুত্ৰ দেৱংশৰ মূৰত গুলীচালনা কৰে।

      গুলী আৰু চিঞৰ-বাখৰৰ শব্দৰ বাবেই গাঁওখনত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰে। তথ্য পোৱাৰ লগে লগে গংগোহ আৰক্ষী থানা সেই স্থানত উপস্থিত হয়। ঘটনাস্থলীৰ পৰাই অস্ত্ৰসহ অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

      অভিযুক্ত হত্যাকাৰী লোকজনে আৰক্ষীৰ আগত দিয়া মন্তব্য অনুসৰি পত্নীৰ চৰিত্ৰত সন্দেহ ওপজাৰ বাবেই এই নৃশংস ঘটনা সংঘটিত কৰে।

      Tags: BJPMurder

      Related Posts

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      অসম

      আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

      May 14, 2025
      সুৰাপানে বিপদ ঘটাব পাৰে আপোনাৰ! সুৰাই সেৱন কৰি প্ৰাণ গল ১৪ জনৰ, কিন্তু কিয়?
      Top News

      May 13, 2025
      প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য
      Top News

      প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

      May 13, 2025
      টীম ইণ্ডিয়াত কোনে দিছিল বিৰাটক প্ৰথম সুযোগ ? প্ৰাক্তন নিৰ্বাচকৰ সত্যই আচৰিত কৰি তুলিব আপোনাক…

      সম্ভলৰ শ্বাহী জামা মছজিদ গোচৰৰ শুনানি, পুনৰীক্ষণৰ আবেদন সম্পৰ্কে বিতৰ্কৰ সম্ভাৱনা

      IMF ৰ সাহায্য লাভ কৰিও সলনি নহয় পাকিস্তানৰ অৰ্থনীতি, জানক ইয়াৰ ডাঙৰ কাৰণ…

      শীৰ্ষ সংবাদ

      আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

      সুৰাপানে বিপদ ঘটাব পাৰে আপোনাৰ! সুৰাই সেৱন কৰি প্ৰাণ গল ১৪ জনৰ, কিন্তু কিয়?

      প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

      টীম ইণ্ডিয়াত কোনে দিছিল বিৰাটক প্ৰথম সুযোগ ? প্ৰাক্তন নিৰ্বাচকৰ সত্যই আচৰিত কৰি তুলিব আপোনাক…

      সম্ভলৰ শ্বাহী জামা মছজিদ গোচৰৰ শুনানি, পুনৰীক্ষণৰ আবেদন সম্পৰ্কে বিতৰ্কৰ সম্ভাৱনা

      IMF ৰ সাহায্য লাভ কৰিও সলনি নহয় পাকিস্তানৰ অৰ্থনীতি, জানক ইয়াৰ ডাঙৰ কাৰণ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -