• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুশান্ত সিং ৰাজপুত গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল CBIৰ; কি হ’ল ৰিয়া চক্ৰৱৰ্তীৰ?

Nation NE by Nation NE
March 22, 2025
in Top News, বিনোদন, ৰাষ্ট্ৰীয়
0 0
সুশান্ত সিং ৰাজপুত গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল CBIৰ; কি হ’ল ৰিয়া চক্ৰৱৰ্তীৰ?
Share on FacebookShare on TwitterWhatsApp

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত চিবিআইয়ে মুম্বাইৰ আদালতত দাখিল কৰিছে চূড়ান্ত  প্ৰতিবেদন। এই গোচৰটো বন্ধ কৰিবলৈও চিবিআইয়ে অনুৰোধ জনাইছে। উল্লেখ্য যে, ২০২০ চনত সন্দেহজনক পৰিস্থিতিত মৃত্যু হৈছিল অভিনেতাজনৰ। অভিনেতাজনৰ মৃতদেহ উদ্ধাৰ হৈছিল মুম্বাইৰ ফ্লেটৰ পৰা।

এই ঘটনাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ লগতে পৰিয়ালৰ লোকৰ দাবীৰ ভিত্তিত চৰকাৰে গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰিছিল।

সূত্ৰ অনুসৰি অভিনেতাজনৰ মৃত্যুৰ গোচৰত চিবিআইয়ে কোনো গুৰুত্বপূৰ্ণ শুং-সূত্ৰ বিচাৰি পোৱা নাছিল, সেয়ে গোচৰটো বন্ধ কৰিবলৈ আদালতৰ কাষ চাপিছিল। এই ঘটনা পোহৰলৈ অহাৰ সময়ত পৰিয়ালৰ লোকে মৃত্যুক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছিল। পৰিয়ালৰ লোকে অভিযোগ কৰিছিল যে সুশান্তই আত্মহত্যা কৰা নাই, ইয়াৰ আঁৰত আছিল ষড়যন্ত্ৰ।

খবৰ আৰু সূত্ৰ অনুসৰি চিবিআইয়ে নিজৰ তদন্তত অভিনেতাজনৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালকো ক্লিন চিট প্ৰদান কৰা হৈছে। সূত্ৰ অনুসৰি চিবিআইয়ে সুশান্তক কোনোবাই জোৰ কৰি আত্মহত্যা কৰাৰ কোনো প্ৰমাণ লাভ নকৰিলে।

চিবিআইৰ এই চূড়ান্ত প্ৰতিবেদনৰ পিছত আদালতে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

Tags: #CBISushant Singh Rajput

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025