• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

একতাৰ নিদৰ্শন; আবু ধাবিৰ মন্দিৰত ৰমজানৰ অনুস্থান

Nation NE by Nation NE
March 23, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
একতাৰ নিদৰ্শন; আবু ধাবিৰ মন্দিৰত ৰমজানৰ অনুস্থান
Share on FacebookShare on TwitterWhatsApp

পবিত্ৰ ৰমজান মাহ উপলক্ষে আবুধাবিস্থিত BAPS হিন্দু মন্দিৰৰ উদ্যোগত আন্তঃসাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। চলিত সপ্তাহৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা ওমছিয়াত নামৰ এই অনুষ্ঠানত দেশখনৰ মন্ত্ৰী শ্বেইখ নাহিয়ান বিন মুবাৰক আল নাহিয়ানৰ লগতে কেইবাজনো ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰদূত উপস্থিত থাকে।

এই উপলক্ষে ইউএই আৰু অন্যান্য ঠাইৰ পৰা প্ৰায় ২০০ জন ধৰ্মগুৰু, চৰকাৰী বিষয়া, কূটনীতিবিদ আৰু আন আন প্ৰতিনিধি সমবেত হয়। বিশ্বব্যাপী সমন্বয়ক প্ৰসাৰিত কৰি এই মন্দিৰটোৱে ৰমজান মাহত বিশ্বাস, বন্ধুত্ব, ঐক্য আৰু চিন্তা-চৰ্চাৰ মূল্যবোধক প্ৰতিফলিত কৰিছে।

সন্ধিয়া মন্দিৰৰ প্ৰধান পুৰোহিত পূজ্য ব্ৰহ্মবিহাৰিদাস স্বামীৰ নেতৃত্বত সাংস্কৃতিক অনুষ্ঠান, হৃদয়স্পৰ্শী ভাষণ আৰু পূজা অনুষ্ঠিত কৰা হয়। সন্ধিয়াৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী, ৰাতিপুৱা ছেহৰীৰ সৈতে অন্ত পৰে। ছেহেৰীত লোকসকলক নিৰামিষ খাদ্য প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে, ২০২৪ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰটো উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মন্দিৰৰ ৰক্ষণাবেক্ষণ বোচাসনৱাসী অক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা বা বি এ পি এছ ছ’চাইটিয়ে কৰে।

Tags: Abu DhabiHindu TempleRAMADANUAE

Related Posts

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025

শীৰ্ষ সংবাদ

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025