• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুম্বাইৰ বিৰুদ্ধে মেচৰ পূৰ্বে অৱসৰ সন্দৰ্ভত মহেন্দ্ৰ সিং ধোনীৰ ডাঙৰ মন্তব্য…

Nation NE by Nation NE
March 23, 2025
in Top News, ক্ৰীড়া
0 0
মুম্বাইৰ বিৰুদ্ধে মেচৰ পূৰ্বে অৱসৰ সন্দৰ্ভত মহেন্দ্ৰ সিং ধোনীৰ ডাঙৰ মন্তব্য…
Share on FacebookShare on TwitterWhatsApp

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূর্বে চেন্নাই ছুপাৰ কিংছৰ প্রাক্তন অধিনায়ক এম এছ ধোনীয়ে প্ৰদান কৰিছে এক ডাঙৰ মন্তব্য। আই পি এলত তেওঁৰ ভৱিষ্যতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।

জিঅ’ হটষ্টাৰৰ সৈতে হোৱা এটা সাক্ষাতকাৰত ধোনীয়ে তেওঁৰ অনুৰাগীসকলৰ মনত চলি থকা এটা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে। আৰু কিমানটা ছিজনলৈকে আই পি এল খেলি যাব সেই বিষয়ে মন্তব্য কৰা দেখা গৈছে ধোনীক।

ক্ৰিকেট অনুৰাগীয়ে জানিব বিচাৰি থকা প্ৰশ্নৰ উত্তৰত মাহীয়ে কয়, ‘মই যিমান দিন বিচাৰো চি এছ কেৰ হৈ খেলি থাকিব পাৰো, এইটো মোৰ ফ্ৰেঞ্চাইজি… মই হুইল চেয়াৰত থাকিলেও তেওঁলোকে মোক টানি লৈ যাব।’

ধোনীৰ এই মন্তব্য ব্যাপক ৰূপত ভাইৰেল হৈছে সামাজিক মাধ্যমত। ধেমেলীয়া সুৰত কৈছে যদিও ধোনীৰ এই মন্তব্য শুনি তেওঁৰ অনুৰাগীসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, আই পি এলৰ ১৮ সংখ্যক ছিজনত পুনৰ এবাৰ বেটিং আৰু উইকেটকীপিঙৰ যাদু দেখুৱালৈ সাজু হৈছে মহেন্দ্ৰ সিং ধোনী। ছিজনৰ প্ৰথমখন মেচত তেওঁৰ দলটোৱে আজি মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে।

সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই মেচখনত এটা বিশেষ অভিলেখ গঢঞাৰো সযোগ লাভ কৰিব মহেন্দ্ৰ সিং ধোনীয়ে। মুম্বাই বিৰুদ্ধে খেলখনত যদিহে ধোনীয়ে ১৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ আই পি এল ইতিহাসত চেন্নাইৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰত পৰিণত হ’ব।

চেন্নাইৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰ

সুৰেশ ৰাইনা- ৪৬৮৭ ৰান

এম এছ ডি- ৪৬৬৯ ৰান

ফাফ ডু প্লেচিছ- ২৭২১ ৰান

ৰুতুৰাজ গায়াকোৱাড- ২৩৮০ ৰান

আম্বাতী ৰায়ডু- ১৯৩২ ৰান

Tags: CSKIPL 2025M S Dhoni

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025