• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঈশান কিষানৰ ধুমুহাই উটুৱাই নিলে ৰাজস্থান ৰয়েলছক, বৃহৎ জয় লাভ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

Nation NE by Nation NE
March 23, 2025
in Top News, ক্ৰীড়া
0 0
ঈশান কিষানৰ ধুমুহাই উটুৱাই নিলে ৰাজস্থান ৰয়েলছক, বৃহৎ জয় লাভ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
Share on FacebookShare on TwitterWhatsApp

ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে জয়েৰে আৰম্ভ কৰিছে IPL ২০২৫। প্ৰতিযোগিতাখনৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছ দলক বেয়াকৈ পৰাস্ত কৰে এই দলটোৱে।

এই জয়ৰ আটাইতকৈ ডাঙৰ নায়ক আছিল ঈশান কিষাণ। প্ৰথমে বেটিং কৰাৰ সময়ত তেওঁ মাত্ৰ ৪৭টা বলত ২২৫ ষ্ট্ৰাইক ৰেটত ১০৭ ৰান সংগ্ৰহ কৰে।এই সময়ছোৱাত তেওঁ ৬টা ছয় আৰু ১১টা চাৰিটা ৰান কৰে। তেওঁৰ ধুমুহাময় ইনিংছৰ বাবে হায়দৰাবাদ দলে ২৮৭ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাজস্থান ৰয়েলছ দলে ২৪২ ৰান সংগ্ৰহ কৰিব পাৰে। এইদৰে এই মেচখনত এছ আৰ এইচে ৪৪ ৰানৰ ব্যৱধানত জয়লাভ কৰে। সঞ্জু চেমছন আৰু ধ্ৰুৱ জুৰেলে বিস্ফোৰক ইনিংছ খেলি মেচখন নিজৰ পক্ষত ল’বলৈ চেষ্টা কৰিছিল যদিও এই কামত তেওঁলোকে সফল হ’ব নোৱাৰিলে।

এই মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়কত্ব কৰা ৰিয়ান পৰাগে টছত জয়লাভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰথমে বেটিং কৰিবলৈ কয়। অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডে এছ আৰ এইচক বিস্ফোৰক আৰম্ভণি কৰে। একেলগে প্ৰথম ৩ অভাৰত ৪৫ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পিছত কিষানে হেডৰ সৈতে ৪ আৰু ৬ মাৰিবলৈ আৰম্ভ কৰে আৰু এই অংশীদাৰিত্বই মাত্ৰ ৩৫টা বলত ৮৫ ৰান সংযোজন কৰে। দশম অভাৰত তুষাৰ দেশপাণ্ডেয়ে ২১৬ ষ্ট্ৰাইক ৰেটত ৩১টা বলত ৬৭ ৰান সংগ্ৰহ কৰি হেডক আউট কৰে।

কিন্তু কিষানে নিজৰ বিস্ফোৰক বেটিং অব্যাহত ৰাখি ৪৫ বলত শতক অৰ্জন কৰে। শেষলৈকে অপৰাজিত হৈ ৪৭টা বলত ১০৬ ৰান সংগ্ৰহ কৰি জয়ৰ সৰ্ববৃহৎ নায়ক হিচাপে প্ৰমাণিত হয়। এইদৰে হায়দৰাবাদে প্ৰথম ইনিংছত ২৮৬ ৰান সংগ্ৰহ কৰে। এই বিশাল স্ক’ৰৰ হেঁচাত RR ছিন্নভিন্ন হৈ পৰে আৰু SRH য়ে মেচখন সহজেই জয়লাভ কৰে।

Tags: #cricketIPLSRH

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025