• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 15, 2025
30 °c
Guwahati
28 ° Fri
24 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ২৪ ঘণ্টাত ১২ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পেটৰ অতিৰিক্ত চৰ্বি নাইকীয়া কৰিবলৈ গ্ৰহণ কৰক এই খাদ্যাভাস

      Nation NE by Nation NE
      March 24, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      পেটৰ অতিৰিক্ত চৰ্বি নাইকীয়া কৰিবলৈ গ্ৰহণ কৰক এই খাদ্যাভাস
      Share on FacebookShare on TwitterWhatsApp

      বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে মেদবহুলতাৰ সমস্যা মহামাৰীৰ দৰে বাঢ়িছে। পেটৰ অতিৰিক্ত চৰ্বিক লৈ মানুহৰ দুঃশ্চিন্তাৰ অন্ত নাই৷ বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত মেদ জমা হয় আৰু এই মেদবহুলতাই লিভাৰতো প্ৰভাৱ পেলাব পাৰে৷যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷

      শৰীৰৰ পৰা মেদ আঁতৰোৱাৰ উপায়বোৰ হ’ল-

      পানী

      পানীয়ে মাত্ৰ তৃষ্ণা দূৰ কৰাই নহয়, ই শৰীৰৰ পৰা বিষাক্ত উপাদানবিলাকো দূৰ কৰি ক্ষুধা নিয়ন্ত্ৰণত ৰাখে৷ পেটৰ মেদ কমোৱাৰ সহজলভ্য আৰু উৎকৃষ্ট উপাদান হ’ল পানী৷

      আমলখিৰ ৰস

      আমলখিৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। আমলখিৰ ৰস সেৱনে আমাৰ ছালখন সুস্থ কৰি ৰখাৰ লগতে শৰীৰৰ ওজন কমোৱাতো সহায় কৰে। ইয়াৰ ফলত চৰ্বি দহন প্ৰক্ৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়।

      গ্ৰীণ টি  

       শৰীৰৰ বিপাকৰ ক্ষেত্ৰত বেছ ফলপ্ৰসূ পানীয় হ’ল গ্ৰীণ টি৷ গ্ৰীণ টিয়ে মস্তিষ্ক সচল আৰু সতেজ কৰি ৰাখে লগতে কৰ্কটৰ আশংকা কমায়৷ চৰ্বি শোষণৰ মাত্ৰা কমোৱাত সহায় কৰে গ্ৰীণ টিয়ে৷ গ্ৰীণ টিৰ লগত  আদা বা নেমু মিশ্ৰণ কৰি খাব পাৰি৷ এই পানীয় স্বাস্থ্যৰ কাৰণে বেছ উপকাৰী৷

      নেমু পানী

      নেমুত ছাইট্ৰিক এচিড পোৱা যায়৷ ই লিভাৰ সুস্থ কৰি ৰখাৰ লগতে টক্সিন দূৰ কৰাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ নেমুৱে শৰীৰৰ পৰা বিষাক্ত উপাদান দূৰ কৰি ওজন কমোৱাত বিশেষভাৱে সহায় কৰে৷ নেমু পানী পেটৰ চবি কমোৱাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷

      নাৰিকলৰ পানী

      নাৰিকলৰ পানীত সকলোধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ থাকে৷ এইবিধ পানীয়ত কেল’ৰিৰ পৰিমাণ কম থাকে৷ ই পেটৰ চৰ্বি কমোৱাত ঔষধৰ দৰে কাম কৰে৷

      Tags: HealthHealthy lifeMedical life

      Related Posts

      GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…
      Top News

      May 15, 2025
      ২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্ত্ৰা

      বিপদ বাঢ়িছে পাকিস্তানৰ! বেলুচ নেতাৰ ডাঙৰ দাবী- ‘বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয়’
      Top News

      বিপদ বাঢ়িছে পাকিস্তানৰ! বেলুচ নেতাৰ ডাঙৰ দাবী- ‘বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয়’

      May 15, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      May 15, 2025
      ‘গ’ল্ডেন বয়’ নীৰজ চোপ্ৰাক সন্মানীয় পদবী প্ৰদান ভাৰতীয় সেনাৰ
      Top News

      ‘গ’ল্ডেন বয়’ নীৰজ চোপ্ৰাক সন্মানীয় পদবী প্ৰদান ভাৰতীয় সেনাৰ

      May 14, 2025
      সিন্ধুৰ পানীৰ বাবে আঁঠু ল’লে পাকিস্তানে; পত্ৰৰ জৰিয়তে কাতৰ অনুৰোধ ভাৰতক

      শীৰ্ষ সংবাদ

      GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

      ২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্ত্ৰা

      বিপদ বাঢ়িছে পাকিস্তানৰ! বেলুচ নেতাৰ ডাঙৰ দাবী- ‘বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয়’

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      ২৪ ঘণ্টাত ১২ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

      বেলুচিস্তান এতিয়া আৰু পাকিস্তানৰ অংশ নহয় : বেলুচ নেতাৰ ডাঙৰ দাবী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -