• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অৰেঞ্জ কেপৰ দৌৰত ঈশান কিষাণ, সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত ৩গৰাকী খেলুৱৈ শীৰ্ষত

Nation NE by Nation NE
March 25, 2025
in Top News, ক্ৰীড়া
0 0
ঈশান কিষানৰ ধুমুহাই উটুৱাই নিলে ৰাজস্থান ৰয়েলছক, বৃহৎ জয় লাভ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
Share on FacebookShare on TwitterWhatsApp

২২ মাৰ্চৰ পৰা আৰম্ভ হৈছে আই পি এল ২০২৫। এই পৰ্যন্ত মুঠ চাৰিখন মেচ অনুষ্ঠিত হৈছে। আই পি এল মেচত অৰেঞ্জ কেপ দৌৰত আগবাঢ়ি আছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ঈশান কিষাণ।

এই প্ৰতিযোগিতাত ৰানৰ ক্ষেত্ৰত আগবাঢ়ি আছে ঈশান কিষাণ। আনহাতে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছো অৰেঞ্জ কেপৰ দৌৰত নামি পৰিছে।।

ঈশানে ১খন মেচত ১০৬ ৰান সংগ্ৰহ কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে তেওঁৰ শতক অৰ্জন কৰিছে। মাত্ৰ ৪৭টা বলত ১০৬ ৰানৰ ইনিংছ খেলিছিল ঈশানে। এই ইনিংছত তেওঁ ২২৫.৫৩ ষ্ট্ৰাইক ৰেটত বেটিং কৰে।

এই সময়ছোৱাত ঈশানে ১১টা চাৰি আৰু ৬টা ছয় সংগ্ৰহ কৰে। যাৰ বাবে তেওঁৰ দলটোৱে ২৮৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছে দলটোক জয়ী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই মেচখনত হায়দৰাবাদে সহজেই ৪৪ ৰানত জয়লাভ কৰে।

এই ছিজনত এতিয়ালৈকে সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পুৰাণ।তেওঁ ১খন মেচত ৭৫ ৰান সংগ্ৰহ কৰিছে। সোমবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে ২৫০ ৰান ষ্ট্ৰাইক ৰেটত গ’ল দিয়ে পুৰাণে।এই ইনিংছত পুৰাণে ৬টা চাৰি আৰু ৭টা ছয় কৰে।

আকৌ এই প্ৰতিযোগিতাৰ তৃতীয় স্থানত আছে লক্ষ্ণৌৰ অ’পেনিং বেটছমেন মিচেল মাৰ্ছ। দিল্লীৰ বিৰুদ্ধে মাৰ্ছে ২০০ ৰান ষ্ট্ৰাইক ৰেটত ৩৬টা বলত ৭২ ৰান সংগ্ৰহ কৰে।যাৰ বাবে তেওঁৰ দলটোৱে দিল্লীৰ বিৰুদ্ধে ২০৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ইয়াৰ পিছতো তেওঁৰ দলটোৱে এই মেচখনত জয়ী হ’ব নোৱাৰিলে। এই খেলখনত দিল্লীয়ে ১ উইকেটত জয়লাভ কৰে।

Tags: #cricketORANGE CAPSports

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025