• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
23 °c
Guwahati
23 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইজন খেলুৱৈক ৬ মাহৰ ভিতৰতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে গঢ়ি তুলিম : যোগৰাজ সিং

Nation NE by Nation NE
March 25, 2025
in Top News, ক্ৰীড়া
0 0
এইজন খেলুৱৈক ৬ মাহৰ ভিতৰতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে গঢ়ি তুলিম : যোগৰাজ সিং
Share on FacebookShare on TwitterWhatsApp

পুনৰ এবাৰ বাতৰিৰ শিৰোণামত যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিং। এইবাৰ যোগৰাজ সিঙে শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক লৈ প্ৰদান কৰিছে এক বিবৃতি। যোগৰাজ সিঙে দাবী কৰিছে যে যদি অৰ্জুনে তেওঁৰ লগত থাকি ৬ মাহ প্ৰশিক্ষণ লয় তেন্তে তেওঁক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে গঢ়ি তুলিব।

শেহতীয়াকৈ যোগৰাজ সিঙে কৰা এই মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ৰাজস্থান ৰয়েলছ আৰু কিংছ ইলেভেন পঞ্জাবৰ প্ৰাক্তন খেলুৱৈ তৰুৱাৰ কোহলীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যোগৰাজ সিঙে কয় যে অৰ্জুন তেণ্ডুলকাৰে নিজৰ বেটিঙত অধিক গুৰুত্ব দিব লাগে।

তৰুৱাৰ কোহলীৰ ইউটিউব চেনেলত মন্তব্য কৰি যোগৰাজ সিঙে কয়, ‘অৰ্জুন যদি এতিয়াই মোৰ ওচৰলৈ আহে তেন্তে মই তেওঁক ছমাহৰ ভিতৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে গঢ়ি তুলিম। তেওঁৰ বেটিঙত কিমান সম্ভাৱনা আছে কোনেও নাজানে। তেওঁ মোৰ লগত ১২ দিন আছিল, ৰঞ্জি ট্ৰফীত অভিষেক ঘটোৱাৰ সময়ত তেওঁ শতক অৰ্জন কৰিছিল। এই কথা কোনোবাই উপলব্ধি কৰিছিল নে?’

যোগৰাজে পুনৰ কয়, ‘গোৱাৰ দলটো ইয়াত থকাৰ সময়ত অৰ্জুন তেণ্ডুলকাৰক মই প্ৰশিক্ষণ দিব লাগে বুলি শচীন আৰু যুৱৰাজে মোক অনুৰোধ কৰিছিল। তেওঁ ১০-১২ দিন মোৰ লগত ইয়াত আছিল, মই ভাবিছিলো তেওঁ ইমান ধুনীয়া বেটিং কৰে, কিয় বলিঙত গুৰুত্ব দি আছে? আপোনালোকে কিয় বলিঙত তেওঁক বৰবাদ কৰি আছে। বেটিং অলৰাউণ্ডাৰ হিচাপে ঠিকে থাকিব।’

ইয়াৰ পূৰ্বে তেওঁ দাবী কৰিছিল যে অৰ্জুন তেণ্ডুলকাৰক ১২ দিন প্ৰশিক্ষণ দিয়াৰ পিছতে গোৱাৰ হৈ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক ঘটাৰ সৌভাগ্য ঘটিছিল আৰু ৰাজস্থানৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল।

উল্লেখ্য যে, প্ৰাক্তন বিশ্ববিজয়ী ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙে প্ৰায়েই এইধৰণৰ মন্তব্য প্ৰদান কৰি ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ থাকে।

Tags: Arjun TendulkarSachin TendulkarYograj SinghYuvraj Singh

Related Posts

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড
Top News

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026

শীৰ্ষ সংবাদ

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025