• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শ্ৰীলংকাত হৈছিল মেচ ফিক্সিং? এজন ভাৰতীয়ক ৪ বছৰৰ কাৰাদণ্ড আদালতৰ

      Nation NE by Nation NE
      March 25, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
      0 0
      শ্ৰীলংকাত হৈছিল মেচ ফিক্সিং? এজন ভাৰতীয়ক ৪ বছৰৰ কাৰাদণ্ড আদালতৰ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      ক্ৰিকেট আৰু মেচ ফিক্সিং, এই দুটা শব্দৰ সম্পৰ্ক বহু পুৰণি। এসময়ত ক্ৰিকেটক কলংকিত কৰা মেচ ফিক্সিঙৰ আন এক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো পুৰণি যদিও এই সন্দৰ্ভত আহিছে এটা ডাঙৰ আপডেট।

      যোৱা বছৰ শ্ৰীলংকাত অনুষ্ঠিত হোৱা লিজেণ্ডছ ক্ৰিকেট লীগত কিছু খেলিমেলিৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত এতিয়া খবৰ আহিছে যে শ্ৰীলংকাৰ এখন আদালতে ২০২৪ চনত এখন ক্ৰিকেট মেচ ফিক্সিং কৰাৰ অভিযোগত মঙলবাৰে এজন ভাৰতীয় নাগৰিকক চাৰি বছৰৰ কঠোৰ শাস্তি প্ৰদান কৰে।

      এটা আগশাৰীৰ নিউজ এজেন্সিৰ খবৰ অনুসৰি, মেচ ফিক্সিঙৰ অভিযোগত যোগী পেটেল নামৰ এজন ভাৰতীয় লোকক শ্ৰীলংকাৰ এখন আদালতে চাৰি বছৰৰ শাস্তি প্ৰদান কৰিছে। তেওঁৰ বিৰুদ্ধে শ্ৰীলংকাৰ কেণ্ডীত খেলা লিজেণ্ডছ ক্ৰিকেট লীগৰ এখন মেচ ফিক্সিং কৰিবলৈ প্ৰস্তাব দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

      শ্ৰীলংকা ক্ৰিকেটৰ নিৰ্বাচন সমিতিৰ অধ্যক্ষ উপুল থাৰাংগাৰ অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছিল।

      উল্লেখ্য যে, যাতায়ত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো দেশ এৰি পলায়ন কৰা পেটেলৰ অনুপস্থিতিতেই আদালতত চলিছিল বিচাৰ। ইয়াৰ পিছত যোৱা বছৰৰ মাৰ্চ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু পিছত মে’ মাহত কঠোৰ চৰ্তত জামিনত মুকলি কৰি দিয়া হৈছিল।

      শ্ৰীলংকাত মেচ ফিক্সিঙৰ সৈতে জড়িত আইনসমূহ অতি কঠোৰ

      শ্ৰীলংকাত মেচ ফিক্সিং সন্দৰ্ভত কঠোৰ আইন আছে। শ্ৰীলংকাৰ আইনত মেচ ফিক্সিং অপৰাধমূলক আইনৰ অধীনত ৰখা হয়। শ্ৰীলংকাত যদি কোনো ব্যক্তিক মেচ ফিক্সিঙৰ দোষী সাব্যস্ত হয় তেন্তে তেওঁক ১০ বছৰৰ কাৰাদণ্ড বা জৰিমনা বিহা হ’ব পাৰে।

      অৱশ্যে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ড বা আইচিচিৰ সৈতে লিজেণ্ডছ ক্ৰিকেট লীগৰ কোনো আনুষ্ঠানিক সম্পৰ্ক নাই। কিন্তু ভাৰতকে ধৰি বহু দেশৰ ডাঙৰ ডাঙৰ খেলুৱৈয়ে এই লীগত খেলে। শ্ৰীলংকাই ২০১৯ চনত ক্ৰীড়া দুৰ্নীতি প্ৰতিৰোধ আইন গ্ৰহণ কৰিছিল, য’ত ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৫ লাখ ৫০ হাজাৰ মাৰ্কিন ডলাৰ পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে।

      Tags: CourtLegends LeagueMatch FixingSri Lanka

      Related Posts

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025
      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি
      Top News

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      July 25, 2025
      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…
      Top News

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

      July 25, 2025

      শীৰ্ষ সংবাদ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist