• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লোকসভাত মমতা বেনাৰ্জীক লৈ অমিত শ্বাহৰ ডাঙৰ অভিযোগ

Nation NE by Nation NE
March 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
লোকসভাত মমতা বেনাৰ্জীক লৈ অমিত শ্বাহৰ ডাঙৰ অভিযোগ
Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২৭ মাৰ্চত লোকসভাত অভিভাষণ আৰু বিদেশী বিধেয়ক ২০২৫ সন্দৰ্ভত ভাষণ দি বংগ চৰকাৰক লক্ষ্য কৰি লয়। ভাৰত-বাংলাদেশ সীমান্তত বেৰ দিয়াৰ বাবে মাটি নিদিয়া আৰু অনুপ্ৰৱেশকাৰীক দয়া দেখুৱাই বংগ চৰকাৰে অভিযোগ উত্থাপন কৰে।

লোকসভাত ভাষণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, বাংলাদেশৰ সৈতে ভাৰতৰ সীমা ২২১৬ কিলোমিটাৰ, ইয়াৰে ১৬৫৩ কিলোমিটাৰ বেৰ নিৰ্মাণ কৰা হৈছে।

‘ধৃত বাংলাদেশীৰ বংগ আধাৰ কাৰ্ড আছে’ বুলি কৈ গৃহমন্ত্ৰী অমিত শ্বাহে বংগৰ মমতা চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক পৰিচয় পত্ৰ দি সহায় কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “বাংলাদেশী অনুপ্ৰৱেশকাৰীয়েই হওক বা ৰোহিংগীয়ায়েই হওক, পূৰ্বতে কংগ্ৰেছৰ ক্ষমতাত অসম হৈ ভাৰতলৈ আহিছিল। এতিয়া পশ্চিম বংগ হৈ ভাৰতলৈ আহে য’ত টিএমচিৰ ক্ষমতা আছে।

টিএমচিয়ে তেওঁলোকক আধাৰ কাৰ্ড দিয়ে আৰু তেওঁলোকে ভোটাৰ কাৰ্ড লৈ দিল্লীলৈ আহে বুলি গৃহমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে।

Tags: Amit ShahMamata BanerjeeTMC

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025