• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

খালী পেটত কিচমিচৰ পানী খালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায়, জানো আহক কি কয় বিশেষজ্ঞই…

Nation NE by Nation NE
March 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
খালী পেটত কিচমিচৰ পানী খালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায়, জানো আহক কি কয় বিশেষজ্ঞই…
Share on FacebookShare on TwitterWhatsApp

ৰাতিপুৱাৰ সাধাৰণ অভ্যাস এটাৰে আমি আমাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰো। খালী পেটত কিচমিচ পানী সেৱন কৰিলে পাচনতন্ত্ৰৰ সমস্যা কমোৱাৰ লগতে শৰীৰৰ বিষমুক্ত হোৱাত সহায়ক হয়।

আজি আমি জানিম যে এই অভ্যাস কৰিলে আমাৰ সামগ্ৰিক স্বাস্থ্যৰো উপকাৰ হ’ব পাৰে।

কিচমিচক গুণৰ ভঁৰাল বুলি কোৱা হয়। এই উৎকৃষ্ট শুকান ফলবিধ, আঙুৰ শুকুৱাই প্ৰস্তুত কৰা হয়। আঙুৰৰ সকলো গুণ ইয়াত থাকে। ইয়াত আইৰণ, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰিলে বহুতো গুৰুতৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। উন্নত আৰু সুস্থ জীৱনৰ বাবে ইয়াক তিয়াই ৰাতিপুৱা খালে আৰু ইয়াৰ পানী খালে অতি উপকাৰী বুলি গণ্য কৰা হয়।

  • কিচমিচৰ পানী সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে। ই কোষ্ঠকাঠিন্য, এচিডিটি আৰু ভাগৰুৱা সমস্যা আদিৰ বাবেও কিচমিচৰ পানী অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। নিয়মিতভাৱে ইয়াক সেৱন কৰিলে পেটৰ সকলো সমস্যাৰ পৰা সকাহ পাব পাৰি।
  • দৈনিক কিচমিচৰ পানী খালে কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি হয়। ইয়াৰ উপৰিও ই শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা কমি যায়।
  • প্ৰতিদিনে পুৱা কিচমিচৰ পানী খালে ছালৰ বলিৰেখা কমি যায় আৰু ছাললৈ এক আচৰিত সতেজতা আহে। দৈনিক ইয়াক সেৱন কৰিলে বিপাকীয় ক্ৰিয়া শক্তিশালী হয়।
  • যদি শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি যায়, তেন্তে কিচমিচৰ পানী খাব লাগে। ইয়াক অবিৰতভাৱে সেৱন কৰিলে আমাৰ শৰীৰত তেজ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।

কিচমিচৰ পানী বনাবলৈ কেৰাহীত অলপ পানী লৈ তাত কেইটিমান কিচমিচ দি কমেও ২০ মিনিট উতলাই ল’ব লাগে। ইয়াৰ পিছত ৰাতি এগিলাচ পানীত ইয়াক তিয়াই ৰাতিপুৱা এই পানী সেৱন কৰিব লাগে।

Tags: HealthHealthy lifeRaisins

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025