• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
24 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, কি কি কৰিব আৰু কি কি নকৰিব…

Nation NE by Nation NE
March 29, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, কি কি কৰিব আৰু কি কি নকৰিব…
Share on FacebookShare on TwitterWhatsApp

হিন্দু ধৰ্মত সূৰ্যগ্ৰহণৰ অধিক মহত্ত্ব আছে। যিয়ে আমাৰ জীৱনৰ বহু দিশত প্ৰভাৱ পেলাব পাৰে। সেয়েহে সূৰ্যগ্ৰহণৰ দিনটোত মানুহে কেইবাটাও বিষয়ৰ যত্ন ল’ব লগা হয়।

জ্যোতিষ শাস্ত্ৰৰ মতে, ইয়াৰ প্ৰভাৱ উপকাৰী বা ক্ষতিকাৰক হ’ব পাৰে। যাৰ প্ৰভাৱ বহুদিনলৈ থাকে। পিছে বছৰৰ এই প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দেখিবলৈ পোৱা নাযায়। ইয়াৰ বাহিৰেও সূৰ্যগ্ৰহণৰ লগত শনি অমাৱস্যাৰ কাকতলীয়া ঘটনাও দেখা যাব।

চ’ত মাহৰ শুক্ল পক্ষৰ অমাৱস্যা অৰ্থাৎ আজি ২৯ মাৰ্চত বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ হ’ব।এই সূৰ্যগ্ৰহণ আংশিক হ’ব।

দক্ষিণ আমেৰিকা, আংশিক উত্তৰ আমেৰিকা, উত্তৰ এছিয়া, উত্তৰ-পশ্চিম আফ্ৰিকা, ইউৰোপ, উত্তৰ মেৰু, আৰ্কটিক মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰত এই সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব। ২৯ মাৰ্চ শনিবাৰে ভাৰতীয় সময় অনুসৰি, দুপৰীয়া ২:২০ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৬:১৬ বজাত শেষ হ’ব সূৰ্যগ্ৰহণ। সূৰ্যগ্ৰহণৰ মুঠ সময় হ’ব ৩ ঘন্টা ৫৩ মিনিট।

যিহেতু ভাৰতত সূৰ্যগ্ৰহণ দৃশ্যমান নহ’ব, সেয়েহে এই সূৰ্যগ্ৰহনে ভাৰতত কোনো শাৰীৰিক, আধ্যাত্মিক, ধৰ্মীয় বা আধ্যাত্মিক প্ৰভাৱ পেলাব নোৱাৰে। এই সময়ছোৱাত ভাৰতৰ মানুহৰ দৈনন্দিন কাম-কাজ পূৰ্বৰ দৰেই স্বাভাৱিক হৈ থাকিব। শাস্ত্ৰ অনুযায়ী সূৰ্যগ্ৰহণৰ প্ৰভাৱ সূৰ্যগ্ৰহণ দেখা পোৱা অঞ্চলতহে অনুভৱ কৰা হয়।

সূৰ্যগ্ৰহণৰ সময়ত এইবোৰ কথা মনত ৰাখিব লাগে-

  • সূৰ্যগ্ৰহণৰ পিছত গংগা পানীৰে গা ধুই সমগ্ৰ ঘৰৰো শুদ্ধি কৰিব লাগে।
  • সূৰ্যগ্ৰহণৰ সময়ত পোনপটীয়াকৈ সূৰ্য্যৰ ফালে চোৱাৰ পৰা বিৰত থাকিব লাগে।
  • গৰ্ভৱতী মহিলাই সূৰ্যগ্ৰহণৰ সময়ত ভুলতেও ঘৰৰ বাহিৰলৈ ওলাই যাব নালাগে।
  • সূৰ্যগ্ৰহণৰ সময়ত প্ৰয়োজনতহে ঘৰৰ বাহিৰলৈ ওলাই যাব লাগে আৰু কোনো বেয়া কাম কৰিব নালাগে।
  • সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত ভগবান হনুমানক পূজা কৰিব লাগে। ইয়াৰ দ্বাৰা আমাৰ সকলো অসুবিধা দূৰ হ’ব।

সূৰ্যগ্ৰহণৰ সময়ত কিয় খোৱা-বোৱা নিষিদ্ধ?

ধৰ্মগ্ৰন্থত কোৱা হৈছে যে, সূৰ্যগ্ৰহণৰ সময়ত একো খাব নালাগে। সূৰ্যগ্ৰহণৰ সময়ত খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে বুলিও পুৰাণত কোৱা হৈছে। সূৰ্যগ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ কৰিলে সকলো সৎকৰ্ম আৰু কৰ্ম নাশ হয়।

Tags: ECLIPSESOLARSpace

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025