• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
25 °c
Guwahati
26 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক সলনি, এই তাৰকাই ল’ব আই পি এল ২০২৫ত দলৰ দায়িত্ব

Nation NE by Nation NE
March 29, 2025
in Top News, ক্ৰীড়া
0 0
মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক সলনি, এই তাৰকাই ল’ব আই পি এল ২০২৫ত দলৰ দায়িত্ব
Share on FacebookShare on TwitterWhatsApp

আই পি এলৰ ১৮ সংখ্যক ছিজনৰ নৱম মেচ মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ দলৰ মাজত অনুষ্ঠিত হ’ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দুয়োটা দলৰ মুখামুখি হ’ব।

এই ছিজনত দুয়োটা দলৰ আৰম্ভণি অতি অচল। প্ৰথম মেচত দুয়োটা দলে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে মুম্বাই ইণ্ডিয়ানছে এই মেচখনত এক বৃহৎ পৰিৱৰ্তন লৈ প্ৰৱেশ কৰিব, যাৰ ফলত তেওঁলোকৰ দলৰ শক্তি আৰু অধিক বৃদ্ধি পাব।

ইফালে মুম্বাই ইণ্ডিয়ানছে নিজ দলৰ অধিনায়কো সলনি কৰিলে। আচলতে আই পি এল ২০২৫ত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিছিল। এই খেলখনত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক আছিল সূৰ্যকুমাৰ যাদৱ।

কিন্তু দ্বিতীয়খন মেচত এনে নহয়, কাৰণ হাৰ্দিক পাণ্ডিয়া দললৈ উভতি আহিবলৈ সাজু হৈছে। উল্লেখ্য যে, লেহেমীয়া অভাৰ ৰেটৰ বাবে যোৱা ছিজনত তেওঁক এখন মেচৰ বাবে নিষিদ্ধ কৰা হৈছিল যদিও তেতিয়ালৈকে তেওঁৰ দলৰ গ্ৰুপ পৰ্যায়ৰ মেচ সম্পূৰ্ণ হৈছিল। এনে পৰিস্থিতিত তেওঁ চলিত ছিজনৰ প্ৰথমখন মেচৰ পৰা বাহিৰ হ’বলগীয়া হয়। কিন্তু এতিয়া তেওঁ দলৰ দায়িত্ব ল’বলৈ সাজু হৈছে।

এইখন আই পি এলত মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মাজত হ’ব ষষ্ঠখন খেল। এতিয়ালৈকে খেলা ৫ খন মেচ যেন গুজৰাট টাইটানছৰ হাতত আছে। দৰাচলতে ৫খন খেলৰ ভিতৰত ৩খন খেলত মুম্বাইক পৰাস্ত কৰিছে। একে সময়তে মুম্বাইৰ দলে দুবাৰকৈ জয়লাভ কৰিবলৈ সক্ষম হৈছে। বিগত ছিজনত দুয়োটা দলৰ মাজত মাত্ৰ এখন মেচহে হৈছিল। তেতিয়াও গুজৰাটে মুম্বাইক পৰাস্ত কৰিছিল।

Tags: Gujrat TitansIPLMumbai Indians

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025