• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      এইবাৰ মা সীতাৰ মন্দিৰ নিৰ্মাণৰ ঘোষণা অমিত শ্বাহৰ… ক’ত হ’ব এই মন্দিৰ?

      Nation NE by Nation NE
      March 30, 2025
      in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
      0 0
      এইবাৰ মা সীতাৰ মন্দিৰ নিৰ্মাণৰ ঘোষণা অমিত শ্বাহৰ… ক’ত হ’ব এই মন্দিৰ?
      Share on FacebookShare on TwitterWhatsApp

      আৰম্ভ হ’ল বিহাৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা। দুদিনীয়া ভ্ৰমণসূচীৰে বিহাৰলৈ যোৱা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে আজি গোপালগঞ্জত এখন বিশাল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। এই ৰেলীত বিজেপিৰ লগতে তেওঁলোকৰ সহযোগী দলসমূহৰ শীৰ্ষ নেতাসকলো উপস্থিত থাকে।

      আজিৰ এই সভাতেই বিহাৰৰ জনসাধাৰণৰ মন জয় কৰাৰ উদ্দেশ্যে মা সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বুলিও ঘোষণা কৰে।

      ৰাইজক সম্বোধন কৰি অমিত শ্বাহে বিহাৰৰ বিৰোধী দলসমূহক লক্ষ্য কৰি লয়। আৰজেডি আৰু কংগ্ৰেছে বিহাৰৰ উন্নয়নৰ বাবে একো নকৰাৰ অভিযোগ উত্থাপন কৰে।

      ভাষণত তেওঁ কয়, ‘লালু যাদৱ যেতিয়া কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী আছিল, তেতিয়া তেওঁ বিহাৰক কি দিছিল? ইয়াৰ হিচাপ তেওঁলোকে দিব লাগে। লালু যাদৱেও বিহাৰৰ বাবে একো নকৰিলে, ছোনিয়া গান্ধী আৰু মনমোহন সিঙেও ইয়াৰ উন্নয়নত একো অৰিহণা যোগোৱা নাছিল।’

      অমিত শ্বাহে কয়, ‘মোৰ অতিকৈ প্ৰিয় ডেকা বন্ধু-বান্ধৱীসকল ৰাম ৰাম আৰু প্ৰণাম। গোপালগঞ্জৰ এই ভূমিয়ে সদায়েই দেশক নতুন পথ দেখুৱাবলৈ চেষ্টা কৰি আহিছে। ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত লালু এণ্ড কোম্পানীয়ে বাধাৰ সৃষ্টি কৰিছিল। কিন্তু আপোনালোকক কওঁ যে এতিয়া এই বিহাৰৰ ভূমিত মাতৃ সীতাৰ মন্দিৰ প্ৰতিষ্ঠা হ’ব।’

      কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে লগতে দেশৰ জনসাধাৰণক পুনৰবাৰ NDAক ভোট দিবলৈ আহ্বান জনাই আগন্তুক সময়ত বিহাৰক বানমুক্ত কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

      Tags: Amit ShahBihar ElectionBJPNDA

      Related Posts

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…
      Top News

      September 8, 2025
      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

      September 8, 2025

      শীৰ্ষ সংবাদ

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist