• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন কৰাৰ কথা ঘোষণা চন্দ্ৰবাবু নেতৃত্বাধীন TDPৰ

Nation NE by Nation NE
April 1, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন কৰাৰ কথা ঘোষণা চন্দ্ৰবাবু নেতৃত্বাধীন TDPৰ
Share on FacebookShare on TwitterWhatsApp

২ এপ্ৰিল অৰ্থাত বুধবাৰে সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব ৱাকফ সংশোধনী বিধেয়ক। ইয়াৰ পূৰ্বে দেশত আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। বিভিন্ন চৰ্চাৰ মাজতে এইবাৰ চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিয়ে ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন কৰিব বুলি মন্তব্য কৰিছে।

টিডিপিয়ে কয় যে এই বিধেয়কখন মুছলমানৰ পক্ষত। বিজেপিয়ে জানে যে এই বিধেয়কখন সংসদত গৃহীত কৰিবলৈ মিত্ৰৰ প্ৰয়োজন হ’ব, সেয়েহে দলটোৱে প্ৰথমে এখন বৈঠক অনুষ্ঠিত কৰি মিত্ৰজোঁটৰ ভিতৰৰ আন দলসমূহক পতিয়ন নিয়াইছিল।

সূত্ৰ অনুসৰি টিডিপিয়ে ৱাকফ বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তিনিটা পৰামৰ্শ দিছিল, যিবোৰ মানি লোৱা হয়।

টিডিপিয়ে কয় যে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু মুছলমানৰ পক্ষত। শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কৈছিল যে টিডিপিয়ে সদায় ৱাকফৰ সম্পত্তি সুৰক্ষিত কৰি আহিছে আৰু তেওঁৰ দলে বঞ্চিত মুছলমান পৰিয়ালৰ অৰ্থনৈতিক উত্থানৰ দিশত কাম কৰি যাব।

টিডিপিয়ে কেন্দ্ৰক ৱাকফ বাই ইউজাৰ ক্ল’জ আঁতৰোৱাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ অধীনত যদি কোনো সম্পত্তি দীৰ্ঘদিন ধৰি ধৰ্মীয় কাৰণত ব্যৱহাৰ হৈ আছিল, তেন্তে সেই সম্পত্তিৰ কোনো নথি নাথাকিলেও ৱাকফ বুলি গণ্য কৰা হৈছিল। টিডিপিয়ে কালেক্টৰৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁলোকে নথি-পত্ৰসমূহ ডিজিটেলভাৱে আপলোড কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ দাবী জনাইছিল।

আনহাতে, টিডিপিৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৱাকফ বিধেয়কত প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰে। পূৰ্বে তদন্তৰ ক্ষমতা কালেক্টৰ (উপায়ুক্ত) ৰেংক বিষয়াৰ হাতত আছিল যদিও এতিয়া নতুন বিধেয়কখনৰ বিধান অনুসৰি ৰাজ্য চৰকাৰে নিযুক্তি দিয়া যিকোনো জ্যেষ্ঠ বিষয়াই (কালেক্টৰৰ জ্যেষ্ঠ) ৱাকফৰ সম্পত্তিৰ তদাৰক আৰু নিৰীক্ষণ কৰিব।

Tags: Chandrababu NaiduTDPWaqf Amendment Bill

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025