• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫লৈ সৰ্বাধিক মুছলমান জনবহুল দেশ হ’ব ভাৰত! কি কয় ৰিপৰ্টে…

Nation NE by Nation NE
April 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰমজানত কয়দীক নামাজ আৰু কোৰাণ পঢ়াৰ অনুমতি, উচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ গৱেষণা সংস্থা পিউ ৰিচাৰ্চে ২০১৫ চনত এক প্ৰতিবেদন প্ৰকাশ কৰি অনুমান কৰিছিল যে ২০৫০ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যাবহুল দেশ হ’ব। এক প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত ভাৰতৰ মুঠ জনসংখ্যা হ’ব প্ৰায় ১৬৬ কোটি।

বৰ্তমানলৈকে কেৱল ভাৰততে বিশ্বৰ মুঠ মুছলমান জনসংখ্যাৰ ১১ শতাংশ। অৱশ্যে বৰ্তমান ইণ্ডোনেছিয়াত বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা আছে। কিন্তু পিউ ৰিচাৰ্চৰ তথ্য অনুসৰি ২০৫০ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ মুছলমান সংখ্যাগৰিষ্ঠ দেশ হিচাপে পৰিগণিত হ’ব পাৰে, যি আজিৰ তুলনাত ৭ গুণ বেছি হ’ব বুলি অনুমান কৰা হৈছে।

২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত ভাৰতত জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই সময়ছোৱাত ভাৰতৰ মুঠ জনসংখ্যা ১৭.৭% বৃদ্ধি পাইছে। ভাৰতত মুছলমান জনসংখ্যা ২৫ শতাংশ বৃদ্ধি পাইছে। এই সংখ্যা  সকলো সম্প্ৰদায়ৰ ভিতৰত সৰ্বাধিক।

ইফালে হিন্দু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১৭ শতাংশতকৈও কম। ১৯৫১ চনৰ পৰা ২০১১ চনলৈ মুছলমান জনসংখ্যা ৩৮৬ শতাংশ বৃদ্ধি পাই ৩.৫৪ কোটিৰ পৰা ১৭.২২ কোটি হৈছে। আনহাতে হিন্দু জনসংখ্যা হৈছে ২১৮ শতাংশ। এই সংখ্যা ২০১১ চনত ৩০.৩৫ কোটিৰ পৰা ৯৬.৬২ কোটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে শিখ জনসংখ্যা ২৩৫ শতাংশ আৰু খ্ৰীষ্টান জনসংখ্যা ২৩২ শতাংশ বৃদ্ধি পাইছে।

উল্লেখ্য যে, বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যা প্ৰায় ৮০০ কোটি। ইয়াৰে ২০০ কোটি লোকে ইছলাম অনুসৰণ কৰে। ইয়াৰ মূল কাৰণ হ’ল সমগ্ৰ বিশ্বতে ৫৭ খন মুছলমান দেশ আছে, য’ত ইছলাম ধৰ্ম পালন কৰা লোকে বাস কৰে।

Tags: IndiamuslimPOPULATION

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025