• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত কি কয় সাংসদ কংগনা ৰনৌতে?

Nation NE by Nation NE
April 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তিনিওখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰিব লাগে : সাংসদ কংগনাৰ মন্তব্যত সৰৱ কংগ্ৰেছ
Share on FacebookShare on TwitterWhatsApp

ৱাকফ সংশোধনী বিধেয়কক লৈ চলি থকা বিতৰ্কৰ মাজতে অভিনেত্ৰীৰ পৰা সাংসদ হোৱা কংগনা ৰনৌতে আজি সংসদ ভৱনৰ বাহিৰত এই বিধেয়কখনক লৈ সাংবাদিকৰ আগত নিজৰ মত ব্যক্ত কৰে।

সাংসদগৰাকীয়ে কয় যে ৱাকফ সংশোধনী বিধেয়কখনৰ লক্ষ্য হৈছে আমাৰ দেশক ধ্বংস কৰা দুৰ্নীতিৰ অন্ত পেলোৱা। প্ৰধানমন্ত্ৰী মোদীৰ বাবেই আমি এই সৌভাগ্যৱান দিনটো চাবলৈ সক্ষম হৈছো। এই বিধেয়কৰ জৰিয়তে দিয়া প্ৰত্যক্ষ বাৰ্তাটো হ’ল কোনো ব্যক্তি, প্ৰতিষ্ঠান বা ধৰ্মীয় সংগঠন আইনৰ ওপৰত নহয়।

হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ পৰা সাংসদ ৰনৌতে এই প্ৰস্তাৱিত আইনখনৰ প্ৰশংসা কৰি কয় যে ভাৰতত ৱাকফ সম্পত্তিৰ ব্যৱস্থাপনা আৰু প্ৰশাসন উন্নত কৰাৰ লক্ষ্য লোৱা আইন বা সংবিধানৰ ওপৰত কোনো ব্যক্তি বা সংগঠন নাই।

উল্লেখ্য যে, বুধবাৰে প্ৰায় ১২ ঘণ্টাৰ চৰ্চাৰ অন্তত ৱাকফ সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হৈছিল। গভীৰ নিশা প্ৰায় ২ বজাত এই বিধেয়কখন ২৮৮-২৩২ ভোটত বিধেয়কখন গৃহীত হয়।

ইফালে আজি ৰাজ্যসভাত উত্থাপন কৰা হয় এই বিধেয়কখন। সম্প্ৰতি উচ্চ সদনত এই বিধেয়কখন সন্দৰ্ভত অব্যাহত আছে চৰ্চা। ৰাজ্যসভাতো এই বিধেয়কখন গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Tags: BJPKangana RanautWaqf Amendment Bill

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025