• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উপাৰ্জন নাই! ড্ৰাগছৰ সৈতে ধৰা পৰিল এইখন দেশৰ ক্ৰিকেট অধিনায়ক

Nation NE by Nation NE
April 4, 2025
in Top News, ক্ৰীড়া
0 0
উপাৰ্জন নাই!  ড্ৰাগছৰ সৈতে ধৰা পৰিল এইখন দেশৰ ক্ৰিকেট অধিনায়ক
Share on FacebookShare on TwitterWhatsApp

অনিশ্চয়তাৰ খেল ক্ৰিকেটক লৈ সময়ে সময়ে সৃষ্টি হয় নতুন বিবাদৰ। কেতিয়াবা যদি মেচ ফিক্সিং, আন কেতিয়াবা ক্ৰিকেট ফিল্ডত হোৱা অনাকাংক্ষিত ঘটনাৰ বাবে চৰ্চাত থাকে ক্ৰিকেট। শেহতীয়াকৈ নিচাজাতীয় সামগ্ৰীৰ সৈতে এখন দেশৰ ৰাষ্ট্ৰীয় অধিনায়ক ধৰা পৰা ঘটনাই পুনৰ এবাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে। এই খেলুৱৈগৰাকীৰ নাম হৈছে নিকোলাছ কিৰ্টন।

নিকোলাছ কিৰ্টন কামাডা ৰাষ্ট্ৰীয় দলৰ অধিনায়ক। জামাইকা দেশৰ এটা বিখ্যাত মিডিয়া চেনেলৰ তথ্য অনুসৰি যোৱা দেওবাৰে নিকোলাছ কিৰ্টনক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ কানাডা ক্ৰিকেট ব’ৰ্ডেও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।

কানাডা ক্ৰিকেট ব’ৰ্ডে বিবৃতিটোত কয়, ‘নিকোলাছ কিৰ্টনৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ আৰু তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্য সবিশেষ কানাডা ক্ৰিকেট ব’ৰ্ডে লাভ কৰিছে। আমি এই বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি অধিক পদক্ষেপৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছো।

একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ৯ কেজি ভাঙৰ সৈতে ধৰা পৰিছে নিকোলাছ কিৰ্টন। ভাং, যাক গাঞ্জা বুলিও কোৱা হয়। সেই দেশৰ আইন অনুসৰি গাঞ্জা লৈ যাত্ৰা কৰাটো কোনো অপৰাধ নহয় আৰু এজন ব্যক্তিয়ে প্ৰায় ৫৭ গ্ৰাম গাঞ্জা লগত লৈ যাব পাৰে। কিন্তু ৰাজহুৱা স্থানত ড্ৰাগছৰ সৈতে যাত্ৰা আৰু সেৱন কৰিব নোৱাৰি। কিন্তু নিকোলাছ কিৰ্টনে নিৰ্ধাৰিত সীমাতকৈ ১৬০ গুণ বেছি ড্ৰাগছ লৈ ধৰা পৰিছে।

কানাডাৰ দলটোৱে বৰ্তমান ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া উত্তৰ আমেৰিকান কাপৰ বাবে প্ৰস্তুতি চলাই আছে। কিন্তু নিকোলাছ কিৰ্টনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পিছত উত্তৰ আমেৰিকান কাপৰ বাবে তেওঁ দলত স্থান পাব নে নাই সেয়া এক ডাঙৰ প্ৰশ্ন। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আমেৰিকা, বাৰ্মুডা, বাহামা আৰু আয়োজক কানাডাই।

উল্লেখ্য যে, বাৰ্বাডোছত জন্মগ্ৰহণ কৰা নিকোলাছ কিৰ্টন যোৱা কেইবছৰমানৰ পৰা কানাডাৰ দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ। কানাডাৰ দলত যোগদান কৰাৰ পূৰ্বে তেওঁ ঘৰুৱা পৰ্যায়ত বাৰ্বাডোছ দল আৰু ৱেষ্ট ইণ্ডিজৰ ১৯ বছৰ অনুৰ্ধ দলকো প্ৰতিনিধিত্ব কৰিছিল।

ইফালে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কানাডাৰ এজন ক্ৰিকেটাৰে বছৰি ৫০ লাখ টকাও উপাৰ্জন কৰিবলৈ সক্ষম নহয়। সেয়ে এইধৰণৰ নিষিদ্ধ সামগ্ৰীৰ অবৈধ বেহাত লিপ্ত হোৱা বুলি অনুমান কৰিছে একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে।

Tags: #cricketCanadaIllegal DrugsNicholas Kirton

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025