• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২৩ বছৰীয়া বলাৰৰ লগতে ঋষভ পন্তক জৰিমনা BCCIৰ

Nation NE by Nation NE
April 5, 2025
in Top News, ক্ৰীড়া
0 0
২৩ বছৰীয়া বলাৰৰ লগতে ঋষভ পন্তক জৰিমনা BCCIৰ
Share on FacebookShare on TwitterWhatsApp

আই পি এলৰ নিয়ম উলংঘা কৰাৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্ত আৰু যুৱ বলাৰ দিগবেশ সিঙক জৰিমনা বিহা হয়। শুকুৰবাৰে ইকানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে মুম্বাই ইণ্ডিয়ানছ (এম আই)ক ১২ ৰানত পৰাস্ত কৰে।

মেচখনত জয়ী হ’লেও ঋষভ পন্তক ১২ লাখ টকাৰ জৰিমনা বিহা হয়। কাৰণ দলটোৱে খেলৰ সময়ত নিৰ্দিষ্ট সময়ত অভাৰ সম্পূৰ্ণ নকৰাৰ বাবেই ঋষভ পন্তক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছিল। এই ছিজনত লক্ষ্ণৌৰ এইটোৱেই আছিল প্ৰথম এনে ঘটনা।

নিয়ম অনুসৰি দলটোৱে সময়মতে অভাৰ শেষ কৰিব লাগে আৰু অধিনায়ক হোৱাৰ বাবেই পন্তক শাস্তি বিহা হয়।

আই পি এলৰ এক বিবৃতিত কোৱা হৈছে, ‘আই পি এল ২০২৫ৰ ১৬ নং মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে স্লো অভাৰ ৰেটৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ অধিনায়ক ঋষভ পন্তক। যিকোনো বলিং দলে ২০ অভাৰ সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় ৯০ মিনিট। লক্ষ্ণৌৰ দলটোৱে নিৰ্ধাৰিত সময়ৰ পৰা এটা অভাৰ পিছ পৰি ৰৈছিল। ইয়াৰ বাবেই তেওঁ শেষৰ অভাৰত ৩০ গজৰ বাহিৰত এজন ফিল্ডাৰ কম ৰাখিবলৈ বাধ্য হৈছিল।’

ইফালে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ ২৩ বছৰীয়া লেগ স্পিনাৰ দিগবেশ সিঙক পন্ততকৈও অধিক জৰিমনা বিহা হয়। মেচ ফীজৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে সিঙক। মেচৰ সময়ত বেয়া শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। দিগবেশ সিঙৰ এই কাণ্ড আই পি এলৰ নিয়ম ২.৫ৰ উলংঘন।

উল্লেখ্য যে, ২৩ বছৰীয়া সিঙে মুম্বাইৰ বেটাৰ নমন ধীৰক আউট কৰাৰ পিছতে আপত্তিজনকভাৱে বিজয় উল্লাস কৰিছিল। বাৰে বাৰে এইধৰণৰ কাণ্ড কৰি থকা বাবেই তেওঁক জৰিমনা বিহা হয়।

Tags: Digvesh SinghIPL 2025Lucknow Super GiantsRishabh Pant

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025