• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এলত এম এছ ধোনীৰ বিশেষ অভিলেখ

Nation NE by Nation NE
April 6, 2025
in Top News, ক্ৰীড়া
0 0
আই পি এলত এম এছ ধোনীৰ বিশেষ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

চলিত আই পি এল ছীজনৰ ১৭ সংখ্যক মেচত দিল্লী কেপিটেলছৰ হাতত ২৫ ৰানত পৰাস্ত হৈছে চেন্নাই ছুপাৰ কিংছ। মেচখনত পৰাস্ত হ’লেও এম এছ ধোনীৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ।

উল্লেখ্য যে মেচখনত দিল্লীয়ে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰিছিল, তাৰ পিছত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত মাত্ৰ ১৫৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

২৫ ৰানত পৰাস্ত হোৱা মেচখনত ধোনীয়ে ২৬টা বলত ৩০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে বিজয় শংকৰে ৫৪টা বলত ৬৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

এই দুজন বেটাৰে দলক জয়ী কৰোৱাবলৈ সক্ষম নহ’লেও ধোনীয়ে এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। আই পি এলৰ ইতিহাসত চেপউকত ১৫০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে এম এছ ধোনী।

এই পৰ্যন্ত চেন্নাইৰ চেপউকত মুঠ ১৫০৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ধোনী। এই খেলপথাৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হোৱাৰো কৃতিত্ব অৰ্জন কৰে ধোনীয়ে।

এই তালিকাৰ দ্বিতীয় স্থানত আছে সুৰেশ ৰাইনা। আই পি এলত ৰাইনাই চেপউক ষ্টেডিয়ামত মুঠ ১৪৯৮ ৰান সংগ্ৰহ কৰিছে। উল্লেখ্য যে, আই পি এল ইতিহাসত এখন ষ্টেডিয়ামত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে বিৰাট কোহলী। কোহলীয়ে এই পৰ্যন্ত বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত ৩০৪৭ ৰান সংগ্ৰহ কৰিছে। আনহাতে দ্বিতীয় স্থানত থকা ৰোহিত শৰ্মাই ৱাংখেড়ে ষ্টেডিয়ামত সংগ্ৰহ কৰিছে ২৩০৮ ৰান।

আই পি এলত এখন ষ্টেডিয়ামত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰ

৩,০৪৭ – বিৰাট কোহলি, চিন্নস্বামী

২,৩০৮ – ৰোহিত শৰ্মা, ৱাংখেড়ে

১,৯৬০ – এ বি ডি ভিলিয়াৰ্ছ, চিন্নাস্বামী

১,৬২৩ – ডেভিড ৱাৰ্নাৰ, হায়দৰাবাদ

১,৫৬১ – ক্ৰীছ গেইল, চিন্নাস্বামী

১,৫০৯* – এম এছ ধোনী, চেপউক

১,৪৯৮ – সুৰেশ ৰাইনা, চেপউক

Tags: CSKIPL 2025MS Dhoni

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025