• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফ আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত কোনে কোনে দাখিল কৰিলে আবেদন; সম্পূৰ্ণ তালিকা

Nation NE by Nation NE
April 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৱাকফ আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত কোনে কোনে দাখিল কৰিলে আবেদন; সম্পূৰ্ণ তালিকা
Share on FacebookShare on TwitterWhatsApp

ৱাকফ সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছৰে পৰা দেশত অধিক আগ্ৰাসী ৰূপত প্ৰতিবাদত নামি পৰিছে বিৰোধী ৰাজনৈতিক দলৰ লগতে মুছলমান দল-সংগঠন। ৰাজপথত হাজাৰ-হাজাৰ মুছলমান লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ লগতে মুছলমান দল-সংগঠন।

বিভিন্ন সংগঠনৰ সমান্তৰালকৈ এইবাৰ এই আইনখনৰ বিৰোধিতা কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ডি এম কে। আবেদনখনত উল্লেখ কৰা হৈছে যে এই আইনখনৰ দ্বাৰা তামিলনাডুৰ প্ৰায় ৫০ লাখ মুছলমান আৰু সমগ্ৰ দেশৰ ২০ কোটি মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে।

তামিলনাডু বিধানসভাই ২৭ মাৰ্চত এক প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰক বিধেয়ক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল। জেপিচিৰ সদস্যসকলে উত্থাপন কৰা আপত্তি বিবেচনা নকৰাকৈয়ে বিধেয়কখন গৃহীত কৰাৰ অভিযোগ আনিছে দলটোৱে।

ইয়াৰ উপৰিও কংগ্ৰেছ সাংসদ ইমৰান প্ৰতাপগড়ীয়েও ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এতিয়ালৈকে এই আইনখনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত মুঠ ১৩খন আবেদন দাখিল কৰা হৈছে।

আইনখনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা দল, ব্যক্তি আৰু সংগঠনসমূহ

মহম্মদ জাভেদ (কংগ্ৰেছ সাংসদ) (প্ৰথম আবেদন)

আছাদুদ্দিন ওৱেইছি (এ আই এম আই এম নেতা)

এছ’চিয়েচন ফৰ প্ৰটেকচন অৱ চিভিল ৰাইটছ (এন জি অ’)

আমানতুল্লাহ খান (আপ নেতা)

মৌলানা আৰ্ছাদ মাদানী (জমিয়ত উলেমা-ই-হিন্দ)

সমস্থ কেৰালা জমিয়াতুল উলেমা

তৈয়ব খান ছালমানী (আইনৰ ছাত্ৰ)

অঞ্জুম কাদ্ৰী (এক্টিভিষ্ট)

অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল ব’ৰ্ড

এছ ডি পি আই

আই ইউ এম এল

এ ৰাজাৰ জৰিয়তে DMK

কংগ্ৰেছ দলৰ সাংসদ ইমৰাণ প্ৰতাপগড়ী

আনহাতে মণিপুৰৰ মুছলমান বিধায়কশ্বেখ নুৰুল হাছানেও এই আইনখনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি জানিবলৈ দিছে।

Tags: #CongressAsaduddin OwaisiSupreme CourtWAQF

Related Posts

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025

শীৰ্ষ সংবাদ

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025