• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 9, 2025
28 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ দাবী পুনৰ উত্থাপন কৰিলে বাংলাদেশে

      Nation NE by Nation NE
      April 9, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাতিল পাছপ’ৰ্ট
      Share on FacebookShare on TwitterWhatsApp

      বিগত বৰ্ষত বাংলাদেশত হিংসাত্মক প্ৰতিবাদৰ অন্তত শ্বেখ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰা হয়, তাৰ পিছত বাংলাদেশৰ বৰ্খাস্ত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজ দেশ এৰি ভাৰতলৈ পলায়ন কৰিবলগীয়া হয়।

      এই সময়ছোৱাত বাংলাদেশ চৰকাৰে কেইবাবাৰো প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ দাবী জনায়। এতিয়া আকৌ এবাৰ বাংলাদেশে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণ সন্দৰ্ভত ডাঙৰ দাবী কৰিছে।

      বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে ৮ এপ্ৰিলত কয় যে, শেহতীয়াকৈ থাইলেণ্ডৰ বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত ভাৰতত আশ্ৰয় লৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ বিষয়টো উত্থাপন কৰিছে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে।

      লগতে তেওঁ কয় যে এই বিষয়টো সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। হুছেইনে লগতে কয় যে, দুয়োখন দেশৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তেহে বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক উন্নত হ’ব পাৰে।

      উল্লেখযোগ্য যে, থাইলেণ্ডত অনুষ্ঠিত বিমষ্টেক সন্মিলনৰ সময়ত মুখ্য উপদেষ্টা ইউনুছ আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে ভাৰত আৰু বাংলাদেশৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিৱেশৰ ক্ষতি কৰিব পৰা এনে বক্তব্যৰ পৰা আঁতৰি থাকিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে সকলো পক্ষক আহ্বান জনাইছে।

      বৈঠকৰ এদিন পিছতেই ইউনুছৰ প্ৰেছ সম্পাদক ছফিকুল আলমে ফেচবুক পোষ্টত লিখিছে যে ইউনুছে শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ বিষয়টো পুনৰ উত্থাপন কৰিছে আৰু এইক্ষেত্ৰত ভাৰতৰ সঁহাৰি “নেতিবাচক নহয়” বুলি দাবী কৰিছে।

      Tags: BangladeshIndiaSheikh Hasina

      Related Posts

      মগজুৰ ষ্ট্ৰোক হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এই ৫ সংকেত, জানক সবিশেষ…
      Top News

      July 9, 2025
      শ্ৰমিকৰ ভাগ্য সলনি, খনিৰ পৰা উদ্ধাৰ ১১ কেৰেটৰ হীৰা, দাম জানি আচৰিত হ’ব আপুনি…

      গুজৰাটত বৃহৎ দুৰ্ঘটনা, মহিসাগৰ নদীৰ ওপৰত থকা দলং খহি ৩ জনৰ প্ৰাণহানি

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক  কি খোলা থাকিব আৰু কি বন্ধ থাকিব…
      Top News

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক কি খোলা থাকিব আৰু কি বন্ধ থাকিব…

      July 9, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 9, 2025
      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
      Top News

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      July 8, 2025

      শীৰ্ষ সংবাদ

      মগজুৰ ষ্ট্ৰোক হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এই ৫ সংকেত, জানক সবিশেষ…

      শ্ৰমিকৰ ভাগ্য সলনি, খনিৰ পৰা উদ্ধাৰ ১১ কেৰেটৰ হীৰা, দাম জানি আচৰিত হ’ব আপুনি…

      গুজৰাটত বৃহৎ দুৰ্ঘটনা, মহিসাগৰ নদীৰ ওপৰত থকা দলং খহি ৩ জনৰ প্ৰাণহানি

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক কি খোলা থাকিব আৰু কি বন্ধ থাকিব…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -