• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফৰ বিৰুদ্ধে কৰা আন্দোলনে ল’লে হিংসাত্মক ৰূপ; ১৮ গৰাকী নিৰাপত্তাৰক্ষী আহত, ৮জনক গ্ৰেপ্তাৰ

Nation NE by Nation NE
April 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ত্ৰিপুৰা
0 0
ৱাকফৰ বিৰুদ্ধে কৰা আন্দোলনে ল’লে হিংসাত্মক ৰূপ; ১৮ গৰাকী নিৰাপত্তাৰক্ষী আহত, ৮জনক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ত্ৰিপুৰাৰ উনাকোটি জিলাত শনিবাৰে ৱাকফ (সংশোধনী) আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলত মহকুমা আৰক্ষী বিষয়া জয়ন্ত কৰ্মকাৰকে ধৰি ১৮ জন আৰক্ষী জোৱান আহত হয়।

এই হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষী-প্ৰশাসনে আঠজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

কংগ্ৰেছৰ উনাকোটি জিলাৰ সভাপতি মহম্মদ বদৰুজ্জামানৰ নেতৃত্বত ‘যৌথ আন্দোলন সমিতি’ৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদত কুবজাৰ অঞ্চলত প্ৰায় ৪ হাজাৰ অংশগ্ৰহণকাৰীয়ে বিতৰ্কিত আইনখন প্ৰত্যাহাৰৰ দাবীত একত্ৰিত হৈছিল।

কৈলাচহৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুকান্ত সেন চৌধুৰীয়ে জনোৱা মতে, প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা বাক-বিতণ্ডাৰ ফলত উত্তেজনা বৃদ্ধি পায়।

প্ৰতিবাদকাৰীসকলে হঠাতে নিৰাপত্তাৰক্ষীৰ ওপৰত শিল আৰু বটল নিক্ষেপ কৰাত মহকুমা আৰক্ষী বিষয়াসহ ১৮ গৰাকী জোৱান আহত হয় বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া চৌধুৰীয়ে।

পৰিস্থিতিত নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰিবলৈ বাধ্য হয় বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়গৰাকীয়ে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজাহাৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Tags: ProtestTripuraWaqf Act

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025