• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

১০ দিনৰ ভিতৰত কমিব লাগিব শাক-পাচলিৰ দাম… কঠোৰ নিৰ্দেশ মমতা বেনাৰ্জীৰ

Nation NE by Nation NE
July 10, 2024
in ৰাষ্ট্ৰীয়
0 0
১০ দিনৰ ভিতৰত কমিব লাগিব শাক-পাচলিৰ দাম… কঠোৰ নিৰ্দেশ মমতা বেনাৰ্জীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শাক-পাচলিৰ অত্যধিক মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰাৰ মাজতে পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে লৈছে কঠোৰ পদক্ষেপ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১০ দিনৰ ভিতৰত শাক-পাচলিৰ মূল্য হ্ৰাস কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

বুধবাৰৰ পৰা আৰক্ষী-প্ৰশাসনক বজাৰে বজাৰে গৈ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে টাস্ক ফোৰ্চক প্ৰতি সপ্তাহত বৈঠক কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে।

মূল্যবৃদ্ধি সন্দৰ্ভত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰশ্ন কৰে যে আলু আৰু পিয়াজ অন্য ৰাজ্যলৈ ৰপ্তানী কৰা হৈছে নেকি? এই সন্দৰ্ভত তেওঁ কয়, ‘প্ৰথমে নিজ ৰাজ্যৰ প্ৰয়োজন পূৰণ কৰক, তাৰ পিছত অন্য ৰাজ্যলৈ সামগ্ৰী প্ৰেৰণ কৰিব’।

প্ৰয়োজনত ৰাজ্যিক সীমান্তত সতৰ্কতা অৱলম্বন কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

মঙলবাৰে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে কয়, ‘মই মূল্য বৃদ্ধি ৰোধ কৰিবলৈ এটা টাস্ক ফোৰ্চ গঠন কৰিছিলো। মই নাজানো তেওঁলোকে শেষবাৰ কেতিয়া মিলিত হৈছিল। সামগ্ৰীৰ দাম নকমালৈকে বৈঠক হ’ব লাগিব। প্ৰতি সপ্তাহতে সামগ্ৰীৰ দাম কিমান কমিল তাৰ প্ৰতিবেদন দিবলৈ মই মুখ্য সচিব আৰু সঞ্চালক প্ৰধানক নিৰ্দেশ দিছো। শাক-পাচলিৰ দাম ১০ দিনৰ ভিতৰত কমিব লাগিব’।

Tags: Mamata BanerjeePrice HikeVegetable PriceWest Bengal

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025