• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা ৭ জনক গ্ৰেপ্তাৰ

Nation NE by Nation NE
April 16, 2025
in Top News, BIG BREAKING, অসম
0 0
ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা ৭ জনক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ১৩ এপ্ৰিল অৰ্থাত দেওবাৰে বৰাক উপত্যকাৰ শিলচৰত হোৱা প্ৰতিবাদৰ সময়ত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত ৭ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে এই তথ্য প্ৰদান কৰে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মাহাতোই কয়, ‘কালি নিশা শিলচৰ চহৰৰ সমীপৰ বাগাদাহাৰ আৰু কাশীপুৰত চলোৱা অভিযানৰ সময়ত ৭ জন অভিযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছো।’

গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনক ক্ৰমে নজমুল ইছলাম লস্কৰ, বিদাৰ লস্কৰ (৩২), ৰোহিত হুছেইন লস্কৰ (১৯), দিলৱাৰ হুছেইন (৩০), ৰোহিত আহমেদ মজুমদাৰ (১৯), আতিকুৰ ৰহমান লস্কৰ (২৫) আৰু ৰিয়াজুল লস্কৰ (২৪)।

গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনৰ ভিতৰত বিদাৰ লস্কৰ হৈছে কাশীপুৰৰ আৰু বাকী কেইজন বেৰেংগা অঞ্চলৰ বাসিন্দা।

আৰক্ষী বিষয়া মাহাতোয়ে জানিব দিয়া অনুসৰি, প্ৰতিবাদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা ঘটনাটোৰ মূল অভিযুক্ত ৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আৰু কেইজনমান যুৱক জড়িত আছে আৰু তেওঁলোকক চিনাক্ত কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা যুৱককেইজনক আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Tags: #Assam#CacharSilcharWaqf Act

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025