• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফাদিল হ’ল মাস্কৰ অধিক সন্তান জন্ম দিয়াৰ পৰিকল্পনা, কি ৰহস্য লুকাই আছে মাস্কৰ এনেধৰণৰ পৰিকল্পনাত…

Nation NE by Nation NE
April 18, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ফাদিল হ’ল মাস্কৰ অধিক সন্তান জন্ম দিয়াৰ পৰিকল্পনা, কি ৰহস্য লুকাই আছে মাস্কৰ এনেধৰণৰ পৰিকল্পনাত…
Share on FacebookShare on TwitterWhatsApp

এলন মাস্ক হৈছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। টেছলা আৰু স্পেচএক্সৰ দৰে উদ্ভাৱনৰ পিছত বৰ্তমান তেওঁ মনোযোগ দিছে নিজৰ অধিক সন্তান জন্ম দিয়াৰ ওপৰত।

দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি, মাস্কে আগন্তুক প্ৰজন্মক শক্তিশালী কৰাৰ বাবে অধিক আৰু অধিক সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰি আছে, যি সন্দৰ্ভত বহুতে কৈছে যে তেওঁ সন্তানৰ সেনাবাহিনী গঢ়ি তুলিব বিচাৰে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে মাস্কে চেৰ’গেচিৰো সহায় লৈছে। তেওঁ মহিলাসকলৰ সৈতে গোপনীয় চুক্তি কৰিছে, য’ত সন্তান জন্ম দিয়াৰ সৈতে জড়িত বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে। সন্তান জন্ম দিয়াৰ বিনিময়ত তেওঁ মহিলাসকলক ধনো আগবঢ়াইছে।

মাস্কৰ ত্ৰয়োদশ সন্তান জন্ম দিয়া মহিলা এছলী ছেইণ্ট ক্লেয়াৰে কয় যে, এই সমগ্ৰ বিষয়টো যেন এক নাটকৰ দৰে। তেওঁৰ মতে, মাস্কে তেওঁক কেইবাবাৰো গৰ্ভধাৰণৰ প্ৰস্তাৱ দিছিল আৰু ভৱিষ্যতে চেৰ’গেটৰ জৰিয়তে সন্তানৰ সংখ্যা বৃদ্ধিৰ পৰিকল্পনাত কাম কৰিবলৈ কয়।

ছেইণ্ট ক্লেয়াৰে লগতে কয় যে তেওঁক সন্তান জন্ম দিয়াৰ বিনিময়ত প্ৰতিমাহে ১০ৰ পৰা ১৫ মিলিয়ন ডলাৰৰ প্ৰস্তাৱ দিয়া হৈছিল। অৱশ্যে এটা চৰ্ত আছিল যে, তেওঁলোকে শিশুটিৰ জন্মৰ প্ৰমাণ পত্ৰৰ পৰা মাস্কৰ নাম আঁতৰাই পেলাব লাগিব। তেওঁ যে মাস্কৰ সন্তান সেই কথা ৰাজহুৱা কৰিব নোৱাৰিব। যদিও তেওঁ গোপনীয়তাৰ চুক্তিত স্বাক্ষৰ কৰা নাছিল, তথাপিও তেওঁ আইনী নথি-পত্ৰৰ পৰা মাস্কৰ নাম আঁতৰাই পেলাইছিল। ইয়াৰ পিছত তেওঁৰ মাহিলী সাহায্য ৪০ হাজাৰ ডলাৰৰ পৰা ২০ হাজাৰ ডলাৰলৈ হ্ৰাস পায়।

প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে, মাস্কৰ দলটোৱে মহিলাসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকক চেৰ’গেট মাতৃ হ’বলৈ উৎসাহিত কৰে। মাক্সৰ সন্তানৰ চেৰ’গেট মাতৃ ক্ৰিপ্টো প্ৰভাৱশালী টিফানী ফঙে মাস্কে প্ৰেৰণ কৰা অফাৰসমূহ ৰাজহুৱাও কৰিছিল, তাৰ পিছত মাস্কে তেওঁক ছ’চিয়েল মিডিয়াত আনফ’ল’ কৰিছিল।

আকৌ মাস্কৰ ৪ সন্তানৰ আন এক মাতৃ হৈছে শ্বিভন জিলিছ। বিশ্বৰ নেতাসকলৰ বৈঠক আৰু ডাঙৰ ডাঙৰ অনুষ্ঠানত তেওঁক মাস্কৰ সৈতে সঘনাই দেখা দিয়ে।

আনহাতে, মাস্কৰ আন ৩ সন্তানৰ মাতৃ হৈছে গায়ক গ্ৰাইমছ। তেওঁ নিজৰ শিশুকেইটাৰ তত্ত্বাৱধানক লৈ ৰাজহুৱাভাৱে মাস্কৰ বিৰুদ্ধে যুঁজিছিল আৰু শিশুৰ চিকিৎসা জৰুৰীকালীন অৱস্থাত সহায়ৰ বাবে ছ’চিয়েল মিডিয়াত তেওঁক টেগো কৰিছিল।

বুদ্ধিমান আৰু সক্ষম মানুহে যদি অধিক সন্তান জন্ম নিদিয়ে, তেন্তে মানৱ সভ্যতাৰ পতন ঘটিব বুলি মাস্কৰ বিশ্বাস। সেইবাবেই তেওঁ নিজেও অধিক সন্তান জন্ম দিছে আৰু আনকো একে কাম কৰিবলৈ উৎসাহিত কৰিছে।

Tags: Americababy planElon Musk

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025