• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

PSLত বিশেষ অভিলেখ গঢ়িলে হাছান আলীয়ে; এই কৃতিত্ব গঢ়া বিশ্বৰ একমাত্ৰ বলাৰ

Nation NE by Nation NE
April 19, 2025
in Top News, ক্ৰীড়া
0 0
PSLত বিশেষ অভিলেখ গঢ়িলে হাছান আলীয়ে; এই কৃতিত্ব গঢ়া বিশ্বৰ একমাত্ৰ বলাৰ
Share on FacebookShare on TwitterWhatsApp

সম্প্ৰতি পাকিস্তান ক্ৰিকেট দলৰ পৰা বাহিৰত থকা অভিজ্ঞ বেগী বলাৰ হাছান আলীয়ে পাকিস্তান ছুপাৰ লীগত ইতিহাস সৃষ্টি কৰিছে। ১৮ এপ্ৰিলত কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত কৰাচী কিংছ আৰু কুৱেটা গ্লেডিয়েটৰছৰ মাজত অনুষ্ঠিত হোৱা মেচখনত ডেভিড ৱাৰ্নাৰৰ নেতৃত্বাধীন কৰাচীয়ে ৫৬ ৰানত জয়লাভ কৰিবলৈ সক্ষম হয়।

এই মেচখনৰ হিৰ’ আছিল কৰাচীৰ হাছান আলী। তেওঁ চাৰি অভাৰত ২৭ ৰান খৰচ কৰি তিনিটা উইকেট দখল কৰে। ইয়াৰ লগে লগে তেওঁ পি এছ এলৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছে।

হাছান আলীৰ পূৰ্বে এই অভিলেখ আছিল প্ৰাক্তন পাকিস্তানী বেগী বলাৰ ৱাহাব ৰিয়াজৰ নামত। যিয়ে ২০১৬ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৮৮খন মেচত ১১৩টা উইকেট দখল কৰিছিল। ইফালে শুকুৰবাৰে হাছান আলীয়ে তিনিটা উইকেট লাভ কৰাৰ পিছতে পি এছ এল ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰী বলাৰত পৰিণত হয়। হাছান আলীয়ে এই পৰ্যন্ত ১১৬টা উইকেট দখল কৰিছে।

২০১৬ চনৰ পৰা পি এছ এল খেলা আৰম্ভ কৰা হাছান আলীয়ে এইপৰ্যন্ত খেলিছে ৮৫খন মেচ। ৩০ বছৰীয়া আলীয়ে লাভ কৰিছে ১১৬টা উইকেট।

Tags: CricketerHasan AliPakistan Super LeaguePSL

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025