• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
31 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিবলৈ আবেদন বাংলাদেশ আৰক্ষীৰ

      Nation NE by Nation NE
      April 20, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাতিল পাছপ’ৰ্ট
      Share on FacebookShare on TwitterWhatsApp

      বাংলাদেশ আৰক্ষীৰ নেশ্যনেল চেণ্ট্ৰেল ব্যুৰো (এনচিবি)য়ে ইন্টাৰপলক ৰেড কৰ্ণাৰ নোটিচ জাৰি কৰিবলৈ আবেদন জনাইছে, দেশখনৰ পৰা বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকে ধৰি ১২জন লোকৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰিৰ বাবে আবেদন জনাইছে।

      উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত ব্যাপক প্ৰতিবাদৰ ফলত বাংলাদেশৰ আৱামি লীগ চৰকাৰৰ বিগত বৰ্ষত পতন ঘটিছিল আৰু ইয়াৰ পিছত শ্বেখ হাছিনাই ভাৰতলৈ পলায়ন কৰিছিল আৰু তেতিয়াৰ পৰাই ভাৰততেই বসবাস কৰি আছে।

      বাংলাদেশৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আদালত, ৰাজহুৱা অভিযুক্ত বা তদন্তকাৰী সংস্থাৰ আবেদনৰ ভিত্তিত এন চি বিয়ে এনে অনুৰোধ কৰে। আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এই কথা নিশ্চিত হয় যে তদন্তৰ সময়ত বা চলি থকা গোচৰৰ কাৰ্য্যবিধিৰ ক্ষেত্ৰত পোহৰলৈ অহা অভিযোগৰ ভিত্তিত এই আবেদন দাখিল কৰা হৈছে।

      আচলতে ইন্টাৰপলে জাৰি কৰা ৰেড কৰ্ণাৰ আবেদন প্ৰত্যাৰ্পণ, কোনো ব্যক্তিৰ স্থান নিৰ্ণয় আৰু সাময়িকভাৱে গ্ৰেপ্তাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। বহিঃৰাজ্যত বাস কৰা পলাতকসকলৰ অৱস্থাৰ ওপৰত চকু ৰাখিছে ইন্টাৰপলে। ইয়াৰ পিছত তেওঁক চিনাক্ত কৰাৰ পিছত সেই ব্যক্তিজনৰ সৈতে জড়িত তথ্যসমূহ কৰ্তৃপক্ষৰ সৈতে ভাগ কৰা হয় যাতে তেওঁক নিজৰ দেশলৈ ঘূৰাই অনা হয়।

      ২০২৪ৰ ৮ আগষ্টত মহম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ কেইসপ্তাহমানৰ পিছতে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে শ্বেখ হাছিনা আৰু কেইবাজনো প্ৰাক্তন কেবিনেট মন্ত্ৰী, উপদেষ্টা, সামৰিক আৰু অসামৰিক বিষয়াৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰে। তেওঁলোকৰ বিৰুদ্ধে ‘মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ’ অভিযোগ উত্থাপন হৈছে।

      বিগত বৰ্ষৰ নৱেম্বৰ মাহত আইচিটিৰ মুখ্য অভিযুক্তৰ কাৰ্যালয়ে শ্বেখ হাছিনা আৰু পলাতক বুলি চিনাক্ত কৰা আন লোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ইন্টাৰপ’লৰ সহায় বিচাৰি আৰক্ষী মুখ্য কাৰ্যালয়ক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছিল। ২১ জানুৱাৰীত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ পৰা বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছিল আৰু প্ৰয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপ বিচাৰিব।

      Tags: BangladeshSheikh Hasinayunus

      Related Posts

      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      July 23, 2025
      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…
      Top News

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      July 23, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 23, 2025
      শিক্ষাৰ্থীৰে ভৰা বাহনত প্ৰচণ্ড খুন্দা ট্ৰাকৰ; চালকসহ ৩জন ছাত্ৰৰ মৃত্যু
      Top News

      চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; মাতৃ-পুত্ৰৰ মৃত্যু

      July 22, 2025
      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      শীৰ্ষ সংবাদ

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; মাতৃ-পুত্ৰৰ মৃত্যু

      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist