• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজমেৰৰ মইনিলা ইছলামিয়া বিদ্যালয়ৰ নাম সলনি কৰিব নেকি ভজনলাল চৰকাৰে? বিজেপিৰ কাউন্সিলাৰৰ দাবীক লৈ তীব্ৰ-বিতৰ্ক

Nation NE by Nation NE
April 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আজমেৰৰ মইনিলা ইছলামিয়া বিদ্যালয়ৰ নাম সলনি কৰিব নেকি ভজনলাল চৰকাৰে? বিজেপিৰ কাউন্সিলাৰৰ দাবীক লৈ তীব্ৰ-বিতৰ্ক
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থানৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে ধাৰাবাহিকভাৱে বিশেষ ধৰ্মৰ সৈতে জড়িত নাম সলনি কৰি আছে। ভজন লাল চৰকাৰে ৰাজ্যৰ উৰ্দু বিদ্যালয়ক হিন্দী বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে।

ইয়াৰ মাজতে ক্ৰমত আজমেৰৰ চৰকাৰী মইনিলা ইছলামিয়া বিদ্যালয়ৰ নাম সলনি কৰাৰ প্ৰস্তুতি চলি আছে। উল্লেখ্য যে, স্বাধীনতাৰ পূৰ্বেই এই বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।

বিদ্যালয়খনৰ এছডিএমচিৰ বৈঠকত দুগৰাকী সদস্যই চৰকাৰী মইনিলা ইছলামিয়া বিদ্যালয়ৰ নাম সলনি কৰি শ্ৰীজ্যোতিবা ফুলে কৰা হব বুলি দাবী জনাইছে। এছ ডি এম চিৰ সদস্য বালেশ মহিল আৰু ১৬ নং ৱাৰ্ডৰ পৰা বিজেপিৰ কাউন্সিলাৰ ভাৰতী শ্ৰীবাস্তৱে বিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত এই প্ৰস্তাৱ দাখিল কৰে। এই প্ৰস্তাৱ চৰকাৰী মইনিয়া ইছলামিয়া প্ৰশাসন আৰু অধ্যক্ষই আজমেৰ জিলা শিক্ষা বিষয়া তথা সঞ্চালক মাধ্যমিক শিক্ষা বিকানেৰলৈ প্ৰেৰণ কৰিছে।

ইফালে নাম সলনিৰ খবৰ পোৱাৰ লগে লগে বিষয়টোৱে অন্য গতি লাভ কৰিবলৈ ধৰিলে। ৰাজস্থান কংগ্ৰেছ কমিটীৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক এছ এম আকবৰে ইয়াৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰিছে। চৰকাৰী মইনিলা ইছলামিয়া স্কুলৰ নাম সলনি কৰাৰ দাবীক তেওঁ অনুচিত বুলি অভিহিত কৰিছে। কাউন্সিলাৰ ভাৰতী শ্ৰীবাস্তৱে কৰা দাবী সম্পূৰ্ণৰূপে নাকচ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে এছ এম আকবৰে। নাম সলনি হ’লে ব্যাপক আন্দোলন হ’ব বুলিও সকীয়াই দিছে।

ইয়াৰ বাহিৰেও এছ এম আকবৰে কয় যে, যদি বিদ্যালয়খনৰ নাম শ্ৰীজ্যোতিবা ফুলেৰ নামেৰে নামাকৰণ কৰিব লাগে তেন্তে নতুন বিদ্যালয় নিৰ্মাণ কৰি শ্ৰীযুত জ্যোতিবা ফুলেৰ নামেৰে নামাকৰণ কৰিব লাগে। বিজেপিৰ কাউন্সিলাৰ ভাৰতী শ্ৰীবাস্তৱৰ বিতৰ্কিত দাবী আৰু প্ৰশাসনৰ জৰিয়তে নাম সলনি কৰাৰ আগ্ৰহৰ বাবে বিতৰ্ক বাঢ়িব পাৰে। কংগ্ৰেছেও এই সন্দৰ্ভত বৃহৎ আন্দোলনৰ সকীয়াই দিছে।

Tags: AjmerBJPRajasthan

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025