• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুদিনতেই ল’লে পোতক! ঘৰৰ মাটিতেই পঞ্জাৱক পৰাস্ত RCBৰ; কোহলীয়ে গঢ়িলে অভিলেখ

Nation NE by Nation NE
April 20, 2025
in Top News, ক্ৰীড়া
0 0
দুদিনতেই ল’লে পোতক! ঘৰৰ মাটিতেই পঞ্জাৱক পৰাস্ত RCBৰ; কোহলীয়ে গঢ়িলে অভিলেখ
Share on FacebookShare on TwitterWhatsApp

দুদিন পূৰ্বে পঞ্জাৱ কিংছৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পোতক তুলিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। আজি অনুষ্ঠিত হোৱা আই পি এলৰ এখন মেচত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে পঞ্জাৱ কিংছক ৭ উইকেটত পৰাস্ত কৰে। আই পি এলৰ চলিত ছিজনত আৰ চি বিৰ এয়া পঞ্চম জয়।

মেচখনত পঞ্জাৱ দলে প্ৰথমে বেট ধৰি ১৫৭ ৰান সংগ্ৰহ কৰে, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে বাংগালুৰু দলে ১৯ অভাৰতে তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।

আৰ চি বিৰ হৈ বিৰাট কোহলী আৰু দেৱদত্ত পাডিক্কালে অৰ্ধশতকীয় ইনিংছ খেলে। আজিৰ মেচখনতেই বিৰাট কোহলীৰ নামত সংযোজন হৈছে এক বিশেষ অভিলেখ। বিৰাট এতিয়া আই পি এলৰ ইতিহাসত সৰ্বাধিক অৰ্ধশতকীয় ইনিংছ খেলা বেটছমেনত পৰিণত হৈছে কোহলী।

আই পি এলৰ চলিত ছিজনৰ প্ৰথম ৮ খন মেচত বাংগালুৰুৰ এয়া পঞ্চম জয়। এই জয়ৰ লগে লগে আৰ চি বি এতিয়া পইণ্ট তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে।

উল্লেখ্য যে, বিৰাট কোহলী এতিয়া আই পি এলৰ ইতিহাসত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত তেওঁ ডেভিড ৱাৰ্নাৰক অতিক্ৰম কৰে। পঞ্জাৱ বনাম বাংগালুৰুৰ খেলখনৰ পূৰ্বে বিৰাট কোহলী আৰু ডেভিড ৱাৰ্নাৰৰ নামত আছিল ৬৬টা অৰ্ধশতক। আজিৰ মেচখনত বিৰাটে ৬৭ সংখ্যক অৰ্ধশতক অর্জন কৰি নিজৰ নামত এই আই পি এলৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷

Tags: IPLPunjab KingsRCBVirat Kohli

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025