• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ডাৱৰ বিস্ফোৰণৰ পিছতেই ভয়ংকৰ বান; তিনিজনৰ মৃত্যু, স্তব্ধ যাতায়াত

Nation NE by Nation NE
April 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ডাৱৰ বিস্ফোৰণৰ পিছতেই ভয়ংকৰ বান; তিনিজনৰ মৃত্যু, স্তব্ধ যাতায়াত
Share on FacebookShare on TwitterWhatsApp

দেওবাৰে জম্মু-কাশ্মীৰৰ ৰামবনত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ বানৰ সৃষ্টি হয়। বানে চলোৱা ধ্বংস লীলা দেখি এতিয়া দেশৰ সাধাৰণ জনতা হতচকিত হৈ পৰিছে। সম্প্ৰতি জম্মু-কাশ্মীৰ আৰক্ষী, এন ডি আৰ এফৰ লগতে আন কেইবাটাও উদ্ধাৰকাৰী দলে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে।

হঠাতে হোৱা এই পৰিস্থিতিক লৈ এতিয়া চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ লগতে আন আন দায়িত্বত থকা শীৰ্ষ প্ৰশাসনিক বিষয়াসকল। ইফালে নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই ঘটনাত দুখ প্ৰকাশ কৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা সহায় আৰু ক্ষতিপূৰণ বিচাৰিছে।

ফাৰুক আব্দুল্লাই সংবাদ মাধ্যমক দিয়া ভাষ্য অনুসৰি, ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানে ভয়াৱহ ক্ষতি কৰিছে ৰামবনত। এই ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছে। সুৰংগৰ কাষত থকা এখন দলং ভাঙি পৰিছে। আন আন প্ৰান্ততো বহু ক্ষতি হৈছে।

তেওঁ কয়, ‘এয়া এক দুৰ্যোগ আৰু আমি সকলো সম্ভৱপৰ সহায় আগবঢ়াম। আমি কেন্দ্ৰক এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ আৰু কিছু পৰিমাণে লোকচানৰ ক্ষতিপূৰণ দিবলৈও অনুৰোধ কৰিছো।’

জানিব পৰা মতে, ধাৰাসাৰ বৰষুণৰ সময়তে হোৱা ভূমিস্খলনৰ ফলত বিভিন্ন প্ৰান্তত ৰাজপথ বন্ধ হৈ পৰাৰ  লগতে বহু গাড়ী আৰু লোক আৱদ্ধ হৈ আছে। ইতিমধ্যে স্থানীয় আৰক্ষী আৰু আন আন উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে।

ইফালে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই দেওবাৰে কয় যে কিছুদিনৰ পৰা ৰামবন জিলাত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে হঠাতে হোৱা ভয়ংকৰ বানত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানি অত্যন্ত দুঃখিত হৈছো।

আনহাতে ৰামবন জিলাৰ বিভিন্ন প্ৰান্তত হোৱা বানৰ বাবে ৰাজপথ, ঘৰ-দুৱাৰ আদিৰ বিস্তৰ ক্ষতি হৈছে। তিনিজৰ মৃত্যু হোৱাৰ লগতে ১০০ৰো অধিক লোকক নিৰাপদে উদ্ধাৰ কৰিছে। ভূমিস্খলন আৰু ৰাজপথত জমা হোৱা শিল-মাটিৰ বাবে কেইবাটাও স্থানত যাতায়াত স্তব্ধ হৈ পৰিছে।

Tags: #Flood#LandslideCloud BurstJammu and KashmirRamban

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025