• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

বিশ্ব জনসংখ্যা দিৱস : জানো আহক ইতিহাস আৰু তাৎপৰ্য

Nation NE by Nation NE
July 11, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
বিশ্ব জনসংখ্যা দিৱস : জানো আহক ইতিহাস আৰু তাৎপৰ্য

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজি বিশ্ব জনসংখ্যা দিৱস। প্ৰতিবছৰে ১১ জুলাইৰ দিনটোত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। জনসংখ্যা নিয়ন্ত্ৰণ আৰু ইয়াৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ১১ জুলাইত পালন কৰা হয় এই দিৱস।

উল্লেখ্য যে, ১৯৮৭ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৫ বিলিয়নত উপনীত হৈছিল। যাৰ বাবে বিশ্ববাসী যথেষ্ট চিন্তিত হৈ পৰিছিল। বৰ্ধিত জনসংখ্যা ৰোধ কৰিবৰ বাবে ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী পৰিষদ (ইউএনডিপি) গঠন কৰা হয়।

১৯৯০ চনৰ ডিচেম্বৰৰ ৪৫/২১৬ নং প্ৰস্তাৱৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পৰিৱেশ আৰু উন্নয়নৰ সৈতে তেওঁলোকৰ সম্পৰ্কক স্বীকৃতি প্ৰদান কৰিছিল। ১৯৯০ চনত ৯০ খন দেশে প্ৰথমবাৰৰ বাবে বিশ্ব জনসংখ্যা দিৱস পালন কৰে।

২০২৪ চনৰ বিশ্ব জনসংখ্যা দিৱস “কাকো এৰি নিদিব, সকলোকে গণনা কৰক” এই বিষয়বস্তুৰ ওপৰত পালন কৰা হৈছে। এই বিষয়বস্তুয়ে নিশ্চিত কৰে যে সকলোকে সংখ্যাত সঠিকভাৱে প্ৰতিনিধিত্ব কৰা হয়। তেওঁলোকৰ পৃষ্ঠভূমি, ৰাষ্ট্ৰীয়তা, ভূগোল বা আৰ্থ-সামাজিক স্থিতি নিৰ্বিশেষে সকলোকে গণনা কৰাৰ কথা উল্লেখ কৰে।

বিশ্ব জনসংখ্যা দিৱস ২০২৪ ৰ বাবে ৰাষ্ট্ৰসংঘৰ মহাসচিবে বাৰ্তা দিয়ে যে, চলিত বছৰ জনসংখ্যা আৰু উন্নয়নৰ ওপৰত আন্তৰ্জাতিক সন্মিলনৰ কাৰ্য পৰিকল্পনাৰ ৩৪ তম বাৰ্ষিকী। আইচিপিডি কাৰ্য পৰিকল্পনাৰ মুখ্য উদ্দেশ্য হৈছে মহিলাৰ যৌন, স্বাস্থ্য আৰু বিকাশৰ আধাৰশিলা স্বীকাৰ কৰা। পূৰ্বতকৈ আমি অগ্ৰগতি লাভ কৰিছো। আগতকৈ অধিক মহিলাই আধুনিক গৰ্ভনিৰোধকৰ প্ৰৱেশাধিকাৰ লাভ কৰিছে। ২০২০ চনৰ পৰা মাতৃৰ মৃত্যুৰ হাৰ ৩৪ শতাংশ হ্ৰাস পাইছে।

ইয়াৰ পিছতো আমাৰ মাজৰ পৰা শংকা আঁতৰ হোৱা নাই। একবিংশ শতিকাতো গৰ্ভধাৰণ আৰু সন্তান জন্মৰ সময়ত প্ৰতিদিনে প্ৰায় ৪০০ গৰাকী মহিলাৰ কোনো কাৰণ নোহোৱাকৈ মৃত্যু হয়।  তেওঁলোক বেছিভাগেই উন্নয়নশীল দেশৰ বাসিন্দা।

Tags: ChinaIndiaWorld Population Day

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025