• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এলত মেচ ফিক্সিঙৰ বিস্ফোৰণ!এই দলৰ বিৰুদ্ধে আই পি এলত মেচ ফিক্সিঙৰ অভিযোগ, জানক সবিশেষ…

Nation NE by Nation NE
April 22, 2025
in Top News, ক্ৰীড়া
0 0
আই পি এলত মেচ ফিক্সিঙৰ বিস্ফোৰণ!এই দলৰ বিৰুদ্ধে আই পি এলত মেচ ফিক্সিঙৰ অভিযোগ, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ (আই পি এল)ৰ এখন ৰোমাঞ্চকৰ মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ৰ হাতত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ। এতিয়া আৰম্ভ হৈছে বিতৰ্ক।

ৰাজস্থান ৰয়েলছৰ পৰাজয়ক লৈ উত্থাপন হৈছে মেচ ফিক্সিঙৰ অভিযোগ। ৰাজস্থান ক্ৰিকেট সন্থাৰ তদন্ত সমিতিৰ আহ্বায়ক জয়দীপ বিহানীয়ে কয় যে এই খেলখনত নিশ্চিতভাৱে কিবা এটা ভুল হৈছে।

মেচখনৰ কথা ক’বলৈ গ’লে ৰাজস্থানে ১৮১ ৰানৰ লক্ষ্য লৈ আগবাঢ়িছিল আৰু শেষৰ অভাৰত জয়ী হ’বলৈ মাত্ৰ ৯ ৰানৰ প্ৰয়োজন হৈছিল, সেইটোও যেতিয়া তেওঁলোকৰ ৬ উইকেট বাকী আছিল। কিন্তু লক্ষ্ণৌৰ বলাৰ আৱেশ খানে উজ্জ্বল বলিং কৰাৰ লগতে ৰাজস্থানে ২ ৰানত পৰাস্ত হয়। এই পৰাজয়ৰ পিছতেই ৰাজস্থান দলৰ ওপৰত প্ৰশ্ন উত্থাপন হয়।

এই পৰাজয়ক লৈ সন্দেহ কৰিছে জয়দীপ বিহানীয়ে। তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে, এই দলটোৱে নিজৰ ঘৰুৱা খেলপথাৰত এনেদৰে কেনেকৈ পৰাস্ত হ’ল। এক সাক্ষাৎকাৰত তেওঁ সোঁৱৰাই দিয়ে যে, ২০১৩ চনৰ আৰম্ভণিতে ৰাজস্থানৰ একাংশ খেলুৱৈ স্পট ফিক্সিঙৰ সৈতে জড়িত আছিল আৰু যাৰ বাবে দলটোৰ ইতিহাস কিছু বিতৰ্কিত।

তেওঁ লগতে অভিযোগ কৰে যে, এই ফ্ৰেঞ্চাইজিৰ মালিক ৰাজ কুন্দ্ৰাও ইয়াৰ পূৰ্বে বেটিঙৰ গোচৰত ধৰা পৰিছিল আৰু ইয়াৰ বাবেই দলটোৱে দুবছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এইবাৰো বিহানীয়ে বিচিচিআইৰ পৰা দাবী জনাইছে যে, এই বিষয়টোৰ তদন্ত হ’ব লাগে।

ইয়াৰ উপৰিও জয়দীপ বিহানীয়ে অভিযোগ কৰে যে, ৰাজস্থান ক্ৰিকেট এছ’চিয়েশ্যনক কোনো কঠিন কাৰণ নোহোৱাকৈ আই পি এল আয়োজনৰ পৰা আঁতৰাই ৰখা হৈছিল। তেওঁ কয় যে, স্প’ৰ্টছ কাউন্সিল আৰু ৰাজস্থান ৰয়েলছে ছাৱাই মানসিং ষ্টেডিয়ামৰ সৈতে এছ’চিয়েশ্যনৰ কোনো চুক্তি (এম অ’ ইউ) নাই বুলি কৈ অজুহাত দেখুৱাইছে।

অৱশ্যে শেষ অভাৰত ৰাজস্থানে পৰাজয়ৰ সন্মুখীন হোৱাটো এইটো প্ৰথম নহয়, ইয়াৰ পূৰ্বেও দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৯ ৰান সংগ্ৰহ কৰিব নোৱাৰি ছুপাৰ অভাৰত মেচখন পৰাস্ত হয়। এই পৰ্যন্ত ৰাজস্থানে ৮খন খেলৰ ভিতৰত মাত্ৰ ২খন খেলত জয়লাভ কৰি পইণ্ট তালিকাত অষ্টম স্থানত আছে। তেওঁলোকৰ পৰৱৰ্তী মেচ ২৪ এপ্ৰিলত আৰ চি বিৰ বিৰুদ্ধে হ’ব।

Tags: IPLmatchSports

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025