• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 11, 2025
31 °c
Guwahati
29 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘কোনো পধ্যেই ৰেহাই দিয়া নহ’ব’ : বিদেশৰ পৰাই এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

      Nation NE by Nation NE
      April 22, 2025
      in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
      0 0
      ‘কোনো পধ্যেই ৰেহাই দিয়া নহ’ব’ : বিদেশৰ পৰাই এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

      ফাইল ফটো

      Share on FacebookShare on TwitterWhatsApp

      মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগৰ পহলগাম অঞ্চলত পৰ্যটকৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৭ জন পৰ্যটকৰ মৃত্যু হোৱাৰ আশংকা কৰাৰ লগতে আন বহু পৰ্যটক আহত হোৱাৰ খবৰ আহিছে।

      বৰ্তমান ছৌদি আৰব ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম এক্সযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰো আশু আৰোগ্য কামনা কৰে।

      প্ৰধানমন্ত্ৰী মোদীয়ে লগত ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ উপৰি এই জঘন্য ঘটনাৰ আঁৰত থকা লোকসকলক কোনো পধ্যেই ৰেহাই দিয়া নহ’ব বুলিও হুংকাৰ প্ৰদান কৰে।

      উল্লেখ্য যে, দক্ষিণ কাশ্মীৰ জিলাৰ পহলগামৰ বৈছাৰণ অঞ্চলত দুপৰীয়া প্ৰায় ২:৩০ বজাত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰিছিল। পৰ্যটকসকলৰ নাম আৰু ধৰ্ম শুধি আক্ৰমণ চলোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰে।

      ইফালে এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি সমগ্ৰ ঘটনাৰ বুজ লয়। লগতে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত ইতিমধ্যে শ্ৰীনগৰত উপস্থিত হৈছে অমিত শ্বাহ।

      এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব লস্কৰে লোৱাৰ পিছতে সমগ্ৰ জম্মুতে জাৰি কৰা হৈছে হাই এলাৰ্ট। নিৰাপত্তাৰক্ষীৰ বৃহৎ দল মোতায়েন কৰাৰ লগতে সন্ত্ৰাসবাদীক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে।

      Tags: Amit ShahJammu and KashmirNarendra ModiPahalagamTerror AttackTourists Killed

      Related Posts

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে
      Top News

      July 11, 2025
      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ
      Top News

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      July 11, 2025
      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী
      Top News

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      July 11, 2025
      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ
      Top News

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      July 11, 2025
      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      শীৰ্ষ সংবাদ

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -