• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইসকল জাতক-জাতিকাৰ বাবে ভাল দিন, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

Nation NE by Nation NE
April 27, 2025
in Top News, অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : আপুনি নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব আজি। বিয়া আৰু সংযোগত সফল হʼব। জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব। আপুনি নিজৰ প্ৰতিভা ব্যৱহাৰ কৰিব। আজি আপুনি কলাৰ প্ৰতি আকৰ্ষিত হʼব।

বৃষ ৰাশি : আপুনি আজি আবেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিয়া আৰু সংযোগত সফলতা লাভ হʼব ৷ বিপদাশংকা কৰ্মক সহজে সম্পন্ন কৰিব ৷

মিথুন ৰাশি : অশেষ কষ্টৰ পাছত গ্ৰহৰ দশা ভাল হ’ব ৷ আপুনি চিন্তামুক্ত হ’ব আৰু দিনৰ শেষত শান্তিৰে শুব পাৰিব ৷ বন্ধুৰ পৰা উপহাৰ আৰু সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷ শৰীৰ ভালে থাকিব ৷ আপোনাৰ বৈবাহিক সম্পৰ্ক আৰু কামৰ মাজত সঠিক বিচাৰ কৰোতে অলপ খোকোজা লাগিব ৷ আপোনাৰ ছবি আৰু জনপ্ৰিয়তা বাঢ়িব ৷

কৰ্কট ৰাশি : দিন প্ৰায় ভাল সফল হʼব ৷ দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

সিংহ ৰাশি : আজিৰ দিনটো আপোনাৰ আনন্দ লাগিব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ গ্ৰহ-নক্ষত্ৰ ভাল ৷ ভাগ্য ভাল ৷ কর্ম ব্যৱসায়ত ভাল লক্ষ্য সফল হʼব ৷

কন্যা ৰাশি : আপুনি নিজৰ প্ৰতিভা ব্যৱহাৰ কৰিব আজি ৷ আচৰিত নহ’ব, আজি আপুনি কলাৰ প্ৰতি আকৰ্ষিত হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ গান গোৱা, কবিতা আবৃত্তি কৰা, নাচিবলৈ আৰম্ভ কৰিলে আপুনি প্ৰায় সফল হʼব ৷

তুলা ৰাশি : আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ আপোনাৰ আজি ৰুচিৰ পৰিণাম দেখিবলৈ পাব ৷ প্ৰশংসিত হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷

বৃশ্চিক ৰাশি : আপোনাৰ কঠিন দিন হʼব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷

ধনু ৰাশি : গতানুগতিক দিন ৷ মানসিক শান্তি লাভ কৰিব আৰু সামাজিক সন্মান বৃদ্ধি হ’ব ৷ ঘৰৰ পৰিবেশ ভুল বুজাবুজি আৰু অমনোযোগিতাৰ বাবে বেয়া হৈ পৰিব ৷ সম্পত্তিৰ বিষয়ত আইনী কামত অলপ সময় লাগিব ৷ আশা নেহেৰুৱাব ৷

মকৰ ৰাশি : পুৰণি ইচ্ছা প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ কৰিব ৷ আপুনি প্ৰায় সফল হʼব ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ৷ টকা-পইচা জমা কৰিব ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷

কুম্ভ ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব, সফল হʼব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিব ৷

মীন ৰাশি : আজি আপুনিৰ ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে। বিপদাশংকা কৰ্মক সহজে সম্পন্ন কৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়ালৈ আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ কর্মত প্ৰবল হেঁচা পৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ তথাপিও আপুনি প্ৰায় সফল হʼব।

Tags: Daily HororscopeHoroscopeSunday

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025