• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

চেলোৱাৰ পিন্ধি ছাইনা নেহৱালৰ সৈতে বেডমিন্টন খেলুৱৈ ৰূপত দ্ৰৌপদী মূৰ্মু

Nation NE by Nation NE
July 11, 2024
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
চেলোৱাৰ পিন্ধি ছাইনা নেহৱালৰ সৈতে বেডমিন্টন খেলুৱৈ ৰূপত দ্ৰৌপদী মূৰ্মু
Share on FacebookShare on TwitterWhatsApp

হাতত ৰেকেট লৈ অলিম্পিক বিজয়ী ছাইনা নেহৱালৰ সৈতে বেডমিন্টন খেলিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে। ১০ জুলাইত ৰাষ্ট্ৰপতি ভৱনৰ বেডমিন্টত গ্ৰাউণ্ডত চেলোৱাৰ পৰিধান কৰি বেডমিন্টন খেলিলে ৰাষ্ট্ৰপতিয়ে।

ৰাষ্ট্ৰপতিৰ বেডমিন্টন খেলা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। আনকি বেডমিন্টন খেলাৰ ফটো-ভিডিঅ’ ৰাষ্ট্ৰপতিয়ে এক্স আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

ইফালে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ সৈতে বেডমিণ্টন খেলাৰ পিছত ছাইনা নেহৱালে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়- ‘এইটো মোৰ জীৱনৰ এটা স্মৰণীয় দিন… মোৰ সৈতে বেডমিণ্টন খেলাৰ বাবে ৰাষ্ট্ৰপতি মেডামক বহুত ধন্যবাদ।‘

উল্লেখ্য যে, কৰ্মৰ বাবে সদা ব্যস্ত থকা ৰাষ্ট্ৰপতিৰ বেডমিন্টন খেলা ভিডিঅ’ সকলোৱে প্ৰশংসা কৰিছে। ৬৬ বৰ্ষীয় ৰাষ্ট্ৰপতিগৰাকীয়ে এজন যুৱ খেলুৱৈৰ দৰে বেডমিন্টন খেলাৰ দৃশ্য আন বহুতো খেলুৱৈৰ বাবে প্ৰেৰণাৰ উৎস হ’ব পাৰে।

Tags: #BadmintonDroupadi MurmuOlympicSaina Nehwal

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025