• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিধ্বংসী ৰূপ ধাৰণ কৰিলে এগৰাকী ১৪ বছৰীয়া ক্ৰিকেটাৰে, ১২ বছৰীয়া বিশ্ব অভিলেখ গঢ়িলে বৈভৱে

Nation NE by Nation NE
April 29, 2025
in Top News, ক্ৰীড়া
0 0
বিধ্বংসী ৰূপ ধাৰণ কৰিলে এগৰাকী ১৪ বছৰীয়া ক্ৰিকেটাৰে, ১২ বছৰীয়া বিশ্ব অভিলেখ গঢ়িলে বৈভৱে
Share on FacebookShare on TwitterWhatsApp

গুজৰাট টাইটানছৰ বিৰুদ্ধে ধুমুহাময় শতক অৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছে বৈভৱ সূৰ্য্যবংশীয়ে। ১৪ বছৰ বয়সত জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আলোড়নৰ সৃষ্টি কৰে বৈভৱ।

ঈশান্ত শৰ্মা, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, ৰছিদ খানৰ দৰে বলাৰো যেন তেওঁৰ সন্মুখত অসহায়। ৰাজস্থান ৰয়েলছৰ এইগৰাকী যুৱ খেলুৱৈয়ে ৩৫ বছৰ বয়সত শতক অৰ্জন কৰে।আই পি এলত শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

আই পি এলত সৰ্বাধিক দ্রুত শতক অর্জন কৰাৰ ক্ষেত্রত দ্বিতীয় স্থান দখল কৰে বৈভৱে৷ তেওঁ ৫ বলত শতক অৰ্জন কৰে। এই ১৪ বছৰীয়া বেটছমেনে ইউছুফ পাঠানকো পিছ পেলায়। ২০১০ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থানৰ হৈ ৩৭ বলত ১০০ ৰানৰ সীমা অতিক্ৰম কৰিছিল পাঠানে।এতিয়া তেওঁকো পিছ পেলাইছে বৈভৱে। ইয়াৰ বাহিৰেও ৰাজস্থানৰ এই যুৱ খেলুৱৈগৰাকীয়ে নিজৰ নামত আন এক অভিলেখ গঢ়িবলৈ সক্ষম হয়।

টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ। ১২ বছৰীয়া অভিলেখ গঢ়িছে বৈভৱে। ২০১৩ চনত মুম্বাইৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ হৈ খেলি থকাৰ সময়তে বিজয় জোলে ১৮ বছৰ বয়সত শতক অৰ্জন কৰিছিল। এতিয়া বৈভৱে ১৪ বছৰ বয়সত টি-২০ত শতক অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িলে।

টি-২০ শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ-

  • ১৪ বছৰ- বৈভৱ সূৰ্য্যবংশী (ৰাজস্থান ৰয়েলছ) বনাম গুজৰাট টাইটানছ, ২০২৫
  • ১৮ বছৰ- বিজয় জোল (মহাৰাষ্ট্ৰ) বনাম মুম্বাই, ২০১৩
  • ১৮ বছৰ– পাৰভেজ হোছেইন ইমন (বৰিশাল) বনাম ৰাজশাহী, ২০২০
  • ১৮ বছৰ- গুস্তাভ মাকৌন (ফ্ৰান্স) বনাম ছুইজাৰলেণ্ড, ২০২২

মেচখনত কি হ’ল?

ৰাজস্থানৰ ভাৰপ্ৰাপ্ত অধিনায়ক ৰিয়ান পৰাগে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। গুজৰাটে ২০ অভাৰত ৪ উইকেটত ২০৯ ৰান সংগ্ৰহ কৰে। অধিনায়ক শুভমান গিলে ৫০ বলত ৮৪ ৰান, জোছ বাটলাৰে ২৬ বলত অপৰাজিত ৫০ ৰান আৰু ৩০ বলত ছাই সুদৰ্শনে ৩৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থানে ১৫.৫ অভাৰত ২ উইকেটত ২১২ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। বৈভৱে ৩৮টা বলত ১০১ ৰান সংগ্ৰহ কৰে। তেওঁ ৭টা চাৰি আৰু ১১টা ছয় কৰে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২৬৫.৭৯। যশস্বী জয়ছৱালে ৪০টা বলত ৭০ ৰান কৰি অপৰাজিত হৈ থাকে আৰু ৰিয়ান পৰাগে ১৫টা বলত ৩২ ৰান কৰি অপৰাজিত হৈ থাকে।

Tags: #cricketIndian PlayerIPL 2025Sports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025