• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপত্তিজনক মন্তব্য কৰা শ্বাহিদ আফ্ৰিদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ভাৰত চৰকাৰৰ

Nation NE by Nation NE
April 30, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আপত্তিজনক মন্তব্য কৰা শ্বাহিদ আফ্ৰিদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ভাৰত চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ আপত্তিজনক মন্তব্য কৰা শ্বাহিদ আফ্ৰিদীৰ ইউটিউব চেনেল ভাৰতত নিষিদ্ধ ঘোষণা কৰা হৈছে। এতিয়া ভাৰতৰ কোনো লোকে চাব নোৱাৰিব পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীৰ ইউটিউব চেনেল। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে আন বহু পাকিস্তানী ক্ৰিকেটাৰৰ বিৰুদ্ধে এইধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে শ্বাহিদ আফ্ৰিদীৰ পূৰ্বে ভাৰতত শ্বোৱেইব আখতাৰ, ৰছিদ লতিফ, তনবীৰ আহমেদৰ দৰে কিংবদন্তি ক্ৰিকেটাৰৰ ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছিল। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত শ্বাহিদ আফ্ৰিদীয়ে বিৰূপ মন্তব্য প্ৰদান কৰিছিল। আফ্ৰিদীয়ে কৈছিল, ‘এই বিষয়ত কোনো ৰাজনীতি হ’ব নালাগে বুলি মোৰ বিশ্বাস। ভাৰতত আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে পোনপটীয়াকৈ পাকিস্তানৰ নাম প্ৰকাশ কৰা হয়। আনহাতে ভাৰতে প্ৰমাণ লৈ আগবাঢ়ি আহিব লাগে আৰু তাৰ পিছত বিশ্ববাসীক জনাব লাগে। কোনো ধৰ্মই সন্ত্ৰাসবাদক সমৰ্থন নকৰে।’

আফ্ৰিদীয়ে আৰু কয় যে ভাৰতত যি ঘটিল সেয়া অতি দুৰ্ভাগ্যজনক। পাকিস্তানত যি হৈ আহিছে সেয়াও আক্ষেপৰ বিষয়, এনে হ’ব নালাগে। মোৰ বিশ্বাস চুবুৰীয়া দেশসমূহে ইজনে সিজনৰ লগত ভালকৈ জীয়াই থাকিব লাগে আৰু কাজিয়া এৰাই চলিব লাগে।

পূৰ্বতে কৰা এই মন্তব্যৰ পিছত আফ্ৰিদীয়ে পুনৰ আপত্তিজনক মন্তব্য আগবঢ়াইছে। এইবাৰ তেওঁ কয় যে মই আচৰিত হৈছো যে আক্ৰমণৰ এঘণ্টাৰ ভিতৰতে তেওঁলোকৰ মিডিয়া বলীউডত পৰিণত হ’ল। ভগৱানৰ স্বাৰ্থত সকলো বলীউড কৰি নেপেলাব। ভাৰতত ফটকা বিস্ফোৰণ হ’লেও এয়া পাকিস্তানে কৰা বুলি কয়। কাস্মীৰত আপোনালোকৰ ৮ লাখ সেনা থকাৰ পিছতো এনেকুৱাই হ’ল। অৰ্থাৎ আপোনালোক নিষ্কৰ্মা আৰু অসাৰ যে জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰে।

উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হৈছিল এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। এই আক্ৰমণৰ পিছতে ক্ষোভিত হৈ থকা ভাৰত চৰকাৰে পাকিস্তান সন্দৰ্ভত বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Tags: Indian GovtShahid AfridiYoutube

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025