• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সশস্ত্ৰ বাহিনীৰ মনোবল হ্ৰাস নকৰিব : পেহেলগাম কাণ্ডৰ তদন্ত বিচৰা আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

Nation NE by Nation NE
May 1, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ জৰিয়তে পেহেলগাম ঘটনাৰ তদন্ত কৰাৰ দাবী জনোৱা হৈছিল এই আবেদনখনত। আদালতে আবেদনকাৰীক ধমক দি দায়িত্বশীলভাৱে কাম কৰিবলৈ আহ্বান জনায়।

আবেদনকাৰীৰ হৈ অধিবক্তাই বিষয়টো উত্থাপন কৰাৰ লগে লগে ন্যায়াধীশ সূৰ্যকান্ত আৰু এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে তেওঁক প্ৰশ্ন কৰে যে কেতিয়াৰ পৰা ন্যায়াধীশসকল তদন্তৰ বিশেষজ্ঞ হৈ পৰিল? তেওঁলোকৰ কাম হৈছে আইনী বিবাদ নিষ্পত্তি কৰা।

ন্যায়াধীশ সূৰ্যকান্তই লগতে কয়, ‘দেশৰ প্ৰতি আপোনাৰো কিছু কৰ্তব্য আছে। এই বিষয়ত সমগ্ৰ দেশ একত্ৰিত হৈছে। সশস্ত্ৰ বাহিনীৰ মনোবল হ্ৰাস কৰিব পৰা কথা ক’ব নালাগে।’

আদালতে কয় যে এইবোৰত এনে কোনো বিষয় নাই য’ত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে।

ইফালে আবেদনকাৰীয়ে জম্মু-কাশ্মীৰৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বিষয়টো উত্থাপন কৰা সন্দৰ্ভত আদালতে কয় যে এই কথাটো আপোনাৰ আবেদনত ক’তো লিখা হোৱা নাই। যদি ছাত্ৰ-ছাত্ৰীৰ বিষয়ে কিবা ক’বলগীয়া আছে, তেন্তে উচ্চ ন্যায়ালয়লৈ যাওক।

উচচতম ন্যায়ালয়ত এই আৱেদন দাখিল কৰিছিল ফতেহ কুমাৰ চাহু, জুনাইদ মহম্মদ আৰু বিকি কুমাৰে।

Tags: Jammu and KashmirPahalgam IncidentSecurity ForcesSupreme Court

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025