• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এল ইতিহাসত আন এক বিৰল অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী

Nation NE by Nation NE
May 4, 2025
in Top News, ক্ৰীড়া
0 0
আই পি এল ইতিহাসত আন এক বিৰল অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী
Share on FacebookShare on TwitterWhatsApp

বিগত বছৰ সমূহৰ দৰে আই পি এলৰ চলিত ছিজনতো দুৰ্দান্ত ফৰ্ম অব্যাহত আছে মডাৰ্ণ ডে’ ক্ৰিকেটৰ কিম্বদন্তী বিৰাট কোহলীৰ। ৩ মে’ অৰ্থাত শনিবাৰে অনুষ্ঠিত ১৮ সংখ্যক ছিজনৰ ৫২ সংখ্যক মেচখনতো অব্যাহত থাকিল কোহলীৰ বেটৰ যাদু।

শনিবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত কোহলীয়ে ৩৩টা বলত ৬২ ৰানৰ ইনিংছ খেলে। এই দৰ্শনীয় ইনিংছৰ জৰিয়তে কোহলীয়ে চলিত ছিজনতো সম্পূৰ্ণ কৰিলে ৫০০ ৰানৰ সংখ্যা। এতিয়ালৈকে খেলা ১১ খন মেচত তেওঁ সংগ্ৰহ কৰিছে ৫০৫ ৰান। সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত তেওঁ আছে শীৰ্ষ স্থানত।

চলিত ছিজনত ৫০০ ৰানৰ সংখ্যা অতিক্ৰম কৰাৰ লগে লগে কোহলীৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ। আই পি এল ছিজনত সৰ্বাধিকবাৰ ৫০০ ৰানৰ সংখ্যা অতিক্ৰম কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হয় কোহলী।

আই পি এল ছিজনত সৰ্বাধিকবাৰ ৫০০ ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰ

৮ বাৰ- বিৰাট কোহলী- ভাৰত

৭ বাৰ- ডেভিড ৱাৰ্নাৰ- অষ্ট্ৰেলিয়া

৬ বাৰ- কে এল ৰাহুল- ভাৰত

৫ বাৰ- শিখৰ ধাৱান- ভাৰত

উল্লেখ্য যে, চেন্নাইৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনতেই বিৰাট কোহলীয়ে আই পি এল কেৰিয়াৰৰ ৬২ সংখ্যকো অৰ্ধশতক সম্পূৰ্ণ কৰে। এই মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ২ ৰানত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয়।

Tags: David WarnerIPL 2025IPL RecordVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025