• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

খেলৰ পূৰ্বে মহম্মদ ছামীলৈ ভাবুকি, শংকাত ভুগিছে ক্ৰিকেটাৰগৰাকী

Nation NE by Nation NE
May 6, 2025
in Top News, ক্ৰীড়া
0 0
খেলৰ পূৰ্বে মহম্মদ ছামীলৈ ভাবুকি, শংকাত ভুগিছে ক্ৰিকেটাৰগৰাকী
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামীলৈ ই-মেইলযোগে আহিছে মৃত্যুৰ ভাবুকি। এই ভাবুকি দিয়া ব্যক্তিজনে ১ কোটি টকাৰ দাবী জনায়। এই মেইলটো প্ৰথমে ছামীৰ জ্যেষ্ঠ ভাতৃ মহম্মদ হাছিবে দেখ আৰু তেওঁ লগে লগে আমৰোহা আৰক্ষীক এই বিষয়ে অৱগত কৰে।

ছামীয়ে প্ৰথম মেইল ​​৪ মে’ৰ সন্ধিয়া আৰু দ্বিতীয় মেইল ​​৫ মে’ৰ পুৱা লাভ কৰে। মেইল পঠোৱা ব্যক্তিজনে লিখে যে যদি ১ কোটি টকা নিদিয়ে, তেন্তে ছামীক হত্যা কৰা হ’ব। চৰকাৰে তেওঁক একো কৰিব নোৱাৰে বুলিও দাবী কৰে অভিযুক্তই।

এই গুৰুতৰ বিষয়ত আমৰোহাৰ আৰক্ষী অধীক্ষক অমিত কুমাৰ আনন্দৰ নিৰ্দেশত চাইবাৰ আৰক্ষী থানাৰ প্ৰভাৰী জিতেন্দ্ৰ বালিয়ানে গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ তদন্তত কৰ্ণাটকৰ পৰা প্ৰেৰণ কৰা হৈছে এই ভাবুকি দিয়া মেইল। অভিযুক্তৰ নাম প্ৰভাকৰ বুলি জানিব পৰা গৈছে আৰু তেওঁ ‘ৰাজপুত সিন্ধাৰ’ নামৰ ইমেইল আইডি ব্যৱহাৰ কৰি এই ভাবুকি দিয়ে।

সম্প্ৰতি আমৰোহাৰ চাইবাৰ চেল আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে যৌথভাৱে বিষয়টো তদন্ত কৰি আছে। মেইলৰ স্থান বিচাৰি উলিওৱা হৈছে আৰু অভিযুক্তৰ সৈতে যোগাযোগৰ প্ৰচেষ্টা তীব্ৰতৰ কৰা হৈছে। এই ঘটনাৰ পিছত মহম্মদ শ্বামীৰ পৰিয়ালত ভয়ৰ পৰিবেশে বিৰাজ কৰিছে। বৰ্তমান শ্বামীয়ে আই পি এল ২০২৫ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলি আছে।এই প্ৰতিযোগিতাত এতিয়ালৈকে দলটোৱে ১০খন খেলৰ ভিতৰত মাত্ৰ ৩খন খেলত জয়লাভ কৰিছে।

মন কৰিবলগীয়া যে শেহতীয়াকৈ টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰকো ই-মেইলৰ জৰিয়তে একেধৰণৰ ভাবুকি দিয়া হৈছিল। এতিয়া মহম্মদ ছামীয়ে লাভ কৰা ভাবুকিয়ে ভাৰতীয় ক্ৰিকেট জগতখনক চিন্তিত কৰি তুলিছে।

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025