• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় মহিলা বেটছমেন…

Nation NE by Nation NE
May 11, 2025
in Top News, ক্ৰীড়া
0 0
এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় মহিলা বেটছমেন…
Share on FacebookShare on TwitterWhatsApp

আজি কলম্বোত অনুষ্ঠিত হৈছে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ  ট্ৰাই নেশ্যন ছিৰিজৰ অন্তিমখন খেল। প্ৰথমে বেটিং কৰি ভাৰতীয় মহিলা দলটোৱে শ্ৰীলংকাক ৩৪৩ ৰানৰ লক্ষ্য বান্ধি দিছে।

ভাৰতৰ হৈ স্মৃতি মান্ধনাই এক উজ্জ্বল শতকীয় ইনিংছ খেলে। এদিনীয়া ক্ৰিকেটত একাদশ শতক অৰ্জন কৰিছে মান্ধনাই। এই সময়ছোৱাত তেওঁ ইতিহাসৰ সৃষ্টি কৰিছে।

ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। মান্ধনা আৰু প্ৰতীকা ৰাৱালে দলৰ প্ৰথম ৰাইট বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম উইকেটত ৭০ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পিছতে হাৰ্লিন দেউলৰ সৈতে মান্ধনাই দ্বিতীয় উইকেটৰ বাবে ১২০ ৰানৰ অংশীদাৰিত্ব কৰে। মান্ধনাই ১০১টা বলত ১১৬ ৰানৰ ইনিংছ খেলে। এই ইনিংছত তেওঁ ১৫টা ৪ আৰু দুটা ৬ সংগ্ৰহ কৰে।

ইয়াৰ উপৰি হাৰলিনে ৪৭ ৰান, হৰমনপ্ৰীত কৌৰে ৪১ ৰান আৰু জেমিমা ৰড্ৰিগেছে ৪৪ ৰান সংগ্ৰহ কৰে, যাৰ বাবে ভাৰতীয় দলটোৱে ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩৪২ ৰান সংগ্ৰহ কৰে।

এয়া আছিল স্মৃতি মান্ধনাৰ একাদশ এদিনীয়া শতক। ভাৰতৰ হৈ এদিনীয়া মেচত সৰ্বাধিক শতক অৰ্জন কৰা মহিলা বেটছমেন। একে সময়তে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা তৃতীয়গৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছে।

ইয়াৰ লগতে স্মৃতিয়ে এদিনীয়া ক্ৰিকেটত ১০টা শতক অৰ্জন কৰা ইংলেণ্ডৰ টেমি বিউমণ্টক পিছ পেলাইছে।

Tags: #cricketIndiaSports

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025