• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিষেধাজ্ঞাৰ পিছত ইউনুছ চৰকাৰলৈ আৱামী লীগৰ প্ৰতিক্ৰিয়া

Nation NE by Nation NE
May 12, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কঠোৰ ইউনুছ চৰকাৰ; হাছিনাক সমৰ্থন কৰা কেইবাগৰাকীও শিক্ষক-শিক্ষাৰ্থীক নিলম্বন
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে নিষিদ্ধ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগক। এই সন্দৰ্ভত আৱামি লীগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্ট কৰি দিছে যে ৰাজনৈতিক ক্ষেত্ৰখন এৰি যোৱাৰ কোনো উদ্দেশ্য নাই।

আৱামী লীগে এই সিদ্ধান্তক একনায়কত্ববাদৰ উচ্চতা বুলি অভিহিত কৰি ৰাজনৈতিক ভিত্তিত কাম কৰি যাব বুলি ঘোষণা কৰে। এই সিদ্ধান্তক গৰিহণা দিবলৈ সমগ্ৰ বিশ্বৰ গণতান্ত্ৰিক দেশসমূহক আৱামী লীগে আবেদন জনাইছে।

দলটোৱে কয় যে, গণতন্ত্ৰ ভালপোৱা সকলো প্ৰতিষ্ঠান আৰু দেশেই এই সিদ্ধান্তৰ বিৰোধিতা কৰা উচিত। আৱামী লীগৰ নিষেধাজ্ঞা আৰু ইয়াৰ বিৰুদ্ধে দলৰ প্ৰতিবাদে বাংলাদেশত ৰাজনৈতিক অস্থিৰতা আৰু অধিক বৃদ্ধি কৰিছে। বিগত এবছৰ ধৰি বাংলাদেশ অবিৰত ৰাজনৈতিক অশান্তিৰ সাক্ষী হৈ আহিছে।

বাংলাদেশৰ মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগৰ সকলো কাম-কাজ নিষিদ্ধ কৰিছে। ইয়াৰ ভিতৰত চাইবাৰ স্পেচো অন্তৰ্ভুক্ত, অৰ্থাৎ ইণ্টাৰনেটৰ সৈতে সংযুক্ত প্লেটফৰ্মতো দলটোৱে নিজৰ মতামত প্ৰকাশ কৰিব নোৱাৰে। চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাংলাদেশৰ নিৰ্বাচন আয়োগে এতিয়া আৱামী লীগৰ পঞ্জীয়ন বাতিল সন্দৰ্ভত সিদ্ধান্ত ল’ব। যদিহে আৱামী লীগৰ পঞ্জীয়ন বাতিল কৰা হয়, তেন্তে দলটোৱে সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব।

ইফালে আৱামী লীগে ইউনুছ চৰকাৰৰ এই সিদ্ধান্তক ‘বিতৃষ্ণাৰে’ নাকচ কৰি নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো তেওঁলোকে নিজৰ কাম অব্যাহত ৰাখিব বুলি কয়। দলটোৱে টুইটাৰত প্ৰকাশ কৰা এক বিবৃতিত কয় যে তেওঁলোকে ফেচিষ্ট একনায়কত্ববাদী ইউনুছ চৰকাৰৰ সিদ্ধান্তক নাকচ কৰে আৰু বিতৃষ্ণাৰে প্ৰতিবাদ কৰে। এই চৰকাৰখনে জনসাধাৰণৰ আদেশ অবিহনে দেশখন চলাই আছে, আনহাতে আৱামী লীগৰ নেতৃত্বত দেশখনে স্বাধীনতা আৰু সাৰ্বভৌমত্ব লাভ কৰিছিল। ফেচিষ্ট ইউনুছ চৰকাৰৰ সিদ্ধান্তক অৱমাননা কৰি আৱামি লীগে সঠিকভাৱে নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখিব।

আৱামি লীগ হৈছে বাংলাদেশৰ অন্যতম পুৰণি আৰু বৃহৎ দল। আৱামী লীগে বাংলাদেশত স্বায়ত্তশাসনৰ বাবে দীৰ্ঘদিনীয়া আন্দোলনৰ নেতৃত্ব দিছিল। ১৯৭১ চনত দেশৰ স্বাধীনতা লাভৰ পিছত দীৰ্ঘদিন ধৰি আৱামী লীগ শাসনত অধিষ্ঠিত হৈছিল।

Tags: Awami LeagueBangladeshMuhammad Yunus

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025