• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুৰাপানে বিপদ ঘটাব পাৰে আপোনাৰ! সুৰা সেৱন কৰি প্ৰাণ গল ১৪ জনৰ, কিন্তু কিয়?

Nation NE by Nation NE
May 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সুৰাপানে বিপদ ঘটাব পাৰে আপোনাৰ! সুৰা সেৱন কৰি প্ৰাণ গল ১৪ জনৰ, কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

পঞ্জাৱৰ মাজিঠা বিধান সভা সমষ্টিৰ ভাংগালী, ধৰীৱাল আৰু মৰাদি কালান গাঁৱত বিষাক্ত সুৰাই সৃষ্টি কৰে বিধ্বংসী কাণ্ডৰ। বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুৱায় ১৪ জন লোকে।

সোমবাৰে গভীৰ নিশা সংঘটিত হয় এক দুৰ্ঘটনা। ১৪ জন লোকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। তিনি বছৰৰ ভিতৰত পঞ্জাৱত এইটো চতুৰ্থটো সুৰা ট্ৰেজেডী।

খবৰ অনুসৰি, আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মাজিঠা ভ্ৰমণ কৰিব। এই ঘটনা সন্দৰ্ভত মানে কয় যে, মাজিঠাৰ আশে-পাশে থকা গাঁওবোৰত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত বহু লোকৰ মৃত্যুৰ দুখৰ খবৰ পোৱা গৈছে। নিৰীহ লোকৰ এই হত্যাকাৰীক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহয় বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ কয় যে, এইয়া মৃত্যু নহয়, হত্যাহে। বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুওৱা লোকসকলৰ গৃহত শোকৰ বাতাবৰণ সৃষ্টি কৰা এই দোষীক আইন অনুসৰি কঠোৰতম শাস্তি দিয়া হ’ব বুলি জানিব দিয়ে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে চৰকাৰ আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইফালে পঞ্জাৱৰ এছ এছ পি অমৃতসৰ মণিন্দৰ সিঙে জনোৱা মতে, ১২ মে’ৰ নিশা প্ৰায় ৯:৩০ বজাত বিষাক্ত  সুৰা সেৱন কৰি ১৪ জনে প্ৰাণ হেৰুওৱা বুলি তথ্য লাভ কৰা হয়। আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ৪জন লোকক আটক কৰে। আৰক্ষীয়ে মূল যোগানকাৰী পৰ্বজিৎ সিঙক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰে। লগতে অভিযুক্ত কুলবিৰ সিং ওৰফে জগ্গু (মূল অভিযুক্ত প্ৰভজীতৰ ভাতৃ), মাৰ্ডি কালানৰ বাসিন্দা চাহিব সিং ওৰফে চৰাই, গুৰজন্ত সিং, জীতাৰ পত্নী নিন্দৰ কৌৰক গ্ৰেপ্তাৰ কৰে।

Tags: ALCHOHOLAMRITSARPunjab

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025