• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লী কেপিটেলছত চুক্তিবদ্ধ হ’ল বাংলাদেশৰ এগৰাকী ক্ৰিকেটাৰ

Nation NE by Nation NE
May 14, 2025
in Top News, ক্ৰীড়া
0 0
দিল্লী কেপিটেলছত চুক্তিবদ্ধ হ’ল বাংলাদেশৰ এগৰাকী ক্ৰিকেটাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

১৭ মে’ৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব চলিত ছিজনৰ আই পি এলৰ বাকী থকা মেচসমূহ। প্ৰায় অন্তিম পৰ্যায়ত থকা এই প্ৰতিযোগিতাখন পুনৰ আৰম্ভ হোৱাৰ পূৰ্বে দিল্লী কেপিটেলছ দলৰ অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ।

দলটোৰ ষ্টাৰ বেটাৰ তথা অপেনাৰ জেক ফ্ৰেজৰ-মেকগৰ্ক প্ৰতিযোগিতাখনৰ বাকী থকা মেচসমূহৰ পৰা বাহিৰ হৈছে। চলিত ছিজনত মেকগৰ্কে দিল্লীৰ হৈ ৬ খন মেচ খেলি মাত্ৰ ৫৬ ৰান কৰিবলৈ সক্ষম হৈছে। এই সময়ত তেওঁৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ আছিল ৩৮ ৰান।

মেকগৰ্কৰ ঠাইত বাংলাদেশৰ ষ্টাৰ বলাৰ মুস্তাফিজুৰ ৰহমানক চুক্তিবদ্ধ কৰা বুলি বুধবাৰে দিল্লী কেপিটেলছৰ তৰফৰ পৰা জানিব দিয়ে।

উল্লেখ্য যে, আই পি এল ২০২৫ বৰ্ষৰ পূৰ্বে অনুষ্ঠিত হোৱা মেগা নিলামত কোনো এজন বাংলাদেশী ক্ৰিকেটাৰেই কোনো এটা দলত চুক্তিবদ্ধ হোৱা নাছিল।

প্ৰথমবাৰৰ বাবে ২০১৬ চনত আই পি এলত অভিষেক ঘটিছিল মুস্তাফিজুৰ ৰহমানৰ। তেওঁ প্ৰথমবাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছিল। ছানৰাইজাৰ্ছৰ উপৰি মুস্তাফিজুৰে মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছকো প্ৰতিনিধিত্ব কৰিছে।

স্মৰ্তব্য যে, ভাৰত-পাকিস্তানৰ মাজত চলা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ বাবে কিছুদিনলৈ আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল বি চি চি আইয়ে। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত হোৱা যুদ্ধবিৰতিৰ বাবে পুনৰ শান্তি ঘূৰি অহাত পুনৰ ১৭ মে’ৰ পৰা আই পি এলৰ বাকী থকা মেচসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Tags: Delhi CapitalsIPL 2025Mustafizur Rahman

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025